Breaking

জ্ঞানবাপী মছজিদ চৌহদত পুৰাতত্ত্ব বিভাগৰ ছাৰ্ভে অব্যাহত ! কিন্তু আজি মুছলমান পক্ষৰ আবেদন খাৰিজ আদালতৰ…

0 53

জ্ঞানবাপী মছজিদ চৌহদত পুৰাতত্ত্ব বিভাগৰ ছাৰ্ভে অব্যাহত। এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়। অঞ্জুমন ইনতেজামিয়া মছজিদ কমিটীৰ আবেদন খাৰিজ আদালতৰ।

২১ জুলাইত জ্ঞানবাপী মছজিদ চৌহদত ছাৰ্ভেৰ দিছিল আদেশ।আদেশ দিছিল বাৰানসী জিলা ন্যায়াধীশে। তাৰ পূৰ্বেই মুছলমান পক্ষই কাষ চাপিছিল উচ্চতম ন্যায়ালয়ৰ।

সেই ন্যায়ালয়ে প্ৰত্যাহ্বান আনিছিল ASIৰ ছাৰ্ভে প্ৰক্ৰিয়াত। কিন্তু আজি পুৱা মুছলমান পক্ষৰ আবেদন খাৰিজ আদালতৰ।

Leave A Reply