Breaking

গৰমত কঁঠাল খাই ভাল নেকি আপুনি ? তেন্তে জানক ইয়াৰ উপকাৰিতা …

0 93

১) কেঁচা কঁঠাল খালে কফ আৰু বাতৰ বিষ নোহোৱা হয়।
২) কঁঠাল খালে শক্তি বাঢ়ে আৰু ছালৰ ৰোগ ভাল হয়।
৩) পকা কঁঠাল খালে কুকুৰীকণা ৰোগ ভাল হয়।


৪) পকা কঁঠালে ৰক্ত বৃদ্ধি কৰে আৰু কোষ্ঠকাঠিন্য নোহোৱা কৰে।
৫) কঁঠাল কৰ্কট ৰোগৰ প্ৰতিৰোধক আৰু এইচ আই ভি নাশক হিচাপে কাম কৰে।
৬) কঁঠালৰ গুটি পুষ্টিকৰ আৰু বিভিন্ন ৰোগ প্ৰতিৰোধক।
৭) কঁঠালৰ পকা পাত জুইত পুৰি তাৰ ছাই নাৰিকল তেলৰ লগত জুৱে পোৰা ঘাত লগালে ঘা ভাল হয় আৰু দাগ নাইকীয়া হৈ ছাল স্বাভাৱিক হয়।


৮) পকা কঁঠালৰ ৰসত জালুকৰ গুড়ি মিহলি কৰি খালে অৰুচি নোহোৱা হয়।

৯) পকা কঁঠালৰ ৰস নিয়মীয়াকৈ এশ গ্ৰাম মাত্ৰাত খালে ৰক্তস্ৰাৱ আৰু শৰীৰৰ সকলো প্ৰকাৰৰ দুৰ্বলতা দূৰ হয়।
১০) কঁঠাল গছৰ শিপাৰ ৰস খুন্দি মূৰত লাহে লাহে ঘহিলে মূৰৰ বিষ ভাল হয়।

Leave A Reply