আজিৰে পৰা ৰাজ্যত আৰম্ভ অৰুণোদয় ৩.০।
অৰুণোদয় ৩.০ৰ শুভ উদ্বোধন কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
ৰাজ্যৰ ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয় ধন।
অৰুণোদয় ৩.০ৰ শুভ উদ্বোধন কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে-
ৰাজ্যৰ বান ক্ষতিগ্ৰস্তলৈ প্ৰায় ৫ কোটি টকাৰ সহায়ৰ হাত অৰুণোদয় পৰিয়ালৰ।
বানাক্ৰান্ত ৪ জিলাৰ হিতাধিকাৰীলৈ ১৫০ টকাকৈ অৰুণোদয় পৰিয়ালৰ সদস্যই।
বানাক্ৰান্ত ৪ জিলাৰ বাহিৰে আন জিলাৰ অৰুণোদয় হিতাধিকাৰীসকলে প্ৰত্যেকে আগবঢ়ালে ১৫০ টকাকৈ।
তেওলোকে ১২৫০ টকাৰ সলনি এইমাহত লাভ কৰিব ১,১০০ত টকা।
বানাক্ৰান্তক সহায় কৰিছো বুলি অৰুণোদয় পৰিয়ালৰ প্ৰতিগৰাকী সদস্য ইয়াৰ জৰিয়তে গৌৰৱান্বিত হ’ল।
এই মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

