Breaking

আৰ্য ভট্ট বিজ্ঞান কেন্দ্ৰৰ ব্লক পৰ্যায়ৰ প্ৰতিযোগিতা সম্পন্ন

0 1,134

বজালী ব্লকৰ আৰ্যভট্ট কেন্দ্ৰৰ ব্লক পৰ্যায়ৰ বিভিন্ন প্ৰতিযোগিতা সমুহ যোৱা পৰহি হৈ যোৱা(৭ ফেঃ) পাটাছাৰকুছি শংকৰদেৱ শিশু নিকেতনত অনুষ্ঠিত হৈ যায়৷  কোভিড প্ৰটোকল অনুসৰন কৰি বিজ্ঞানৰ আৰ্হি, পোষ্টাৰ দ্ৰয়িং, ধাৰণা আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়৷ উক্ত প্ৰতিযোগিতাত প্ৰায় দহ খন বিদ্যালয়ৰ বহু ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহন কৰে৷এই প্ৰতিযোগিতাৰ পুৰ্বে ভাৰতৰত্ন বটা বিজেতা সদ্যপ্ৰয়াত লতা মুগেশকাৰৰ মৃত্যুত শোক প্ৰকাশ কৰা হয়৷ এই অনুষ্ঠানৰ আঁত ধৰে শিক্ষক দ্বিপেন দাসে৷ আৰ্যভট্টৰ প্ৰতাকৃতিত মাল্যাৰ্পন তথা বন্তি প্ৰজ্বলন কৰে  জিলা সমন্বয়ক মৃন্ময় শৰ্মাই৷ অনুষ্ঠানত গছপুলি ৰোপন কৰে  পৰিচালনা সমিতিৰ উপসভাপতি  বীৰেন্দ্ৰ নাথ কলিতা আৰু সম্পাদক জৌতিষ কাকতিয়ে৷ প্ৰতিযোগিতাৰ শুভৰাম্ভ কৰে  স্কুল পৰিচালনা সমিতিৰ সভাপতি পুলীন বিহাৰী দেৱ চৌধুৰীয়ে৷ প্ৰতিযোগিতা সমুহ পৰিচালনাৰ বাবে আমন্ত্ৰণ কৰি অনা  ভট্টদেৱ বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক কনক দাস, দীপক বৰুৱা, পাটাছাৰকুছি বিদ্যাপীঠৰ বিষয় শিক্ষক পৰেশ কলিতা, দ্বিজেন দাস, অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক সুৰেন্দ্ৰনাথ লাউজাৰী,দক্ষিন বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক কাবেৰী দাস, পাটাছাৰকুছি শংকৰদেৱ শিশু নিকেতনৰ আচাৰ্য ৰবেন কলিতা কিশোৰ শৰ্মা আৰু দিলিপ দাসে প্ৰতিযোগিতা সমুহ পৰিচালনা কৰি প্ৰতিযোগিতাৰ ফলাফল ঘোষনা কৰে৷

মডেল প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে নিত্যানন্দ শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ  মৌচম দাস আৰু মাধুৰ্য দাসে৷ দ্বিতিয় স্থান লাভ কৰে পাটাছাৰকুছি শংকৰদেৱ শিশু নিকেতনৰ ভাৰ্গব শৰ্মা আৰু আৰ্য ভট্ট বিজ্ঞান কেন্দ্ৰৰ ব্লক পৰ্যায়ৰ প্ৰতিযোগিতা সম্পন হয়। কোভিড প্ৰটোকল অনুসৰন কৰি বিজ্ঞানৰ আৰ্হি, পোষ্টাৰ দ্ৰয়িং, ধাৰণা আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়৷ উক্ত প্ৰতিযোগিতাত প্ৰায় দহ খন বিদ্যালয়ৰ বহু ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহন কৰে৷এই প্ৰতিযোগিতাৰ পুৰ্বে ভাৰতৰত্ন বটা বিজেতা সদ্যপ্ৰয়াত লতা মুগেশকাৰৰ মৃত্যুত শোক প্ৰকাশ কৰা হয়৷ এই অনুষ্ঠানৰ আঁত ধৰে শিক্ষক দ্বিপেন দাসে৷ আৰ্যভট্টৰ প্ৰতাকৃতিত মাল্যাৰ্পন তথা বন্তি প্ৰজ্বলন কৰে  জিলা সমন্বয়ক মৃন্ময় শৰ্মাই৷ অনুষ্ঠানত গছপুলি ৰোপন কৰে  পৰিচালনা সমিতিৰ উপসভাপতি  বীৰেন্দ্ৰ নাথ কলিতা আৰু সম্পাদক জৌতিষ কাকতিয়ে৷ প্ৰতিযোগিতাৰ শুভৰাম্ভ কৰে  স্কুল পৰিচালনা সমিতিৰ সভাপতি পুলীন বিহাৰী দেৱ চৌধুৰীয়ে৷ প্ৰতিযোগিতা সমুহ পৰিচালনাৰ বাবে আমন্ত্ৰণ কৰি অনা  ভট্টদেৱ বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক কনক দাস, দীপক বৰুৱা, পাটাছাৰকুছি বিদ্যাপীঠৰ বিষয় শিক্ষক পৰেশ কলিতা, দ্বিজেন দাস, অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক সুৰেন্দ্ৰনাথ লাউজাৰী,দক্ষিন বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক কাবেৰী দাস, পাটাছাৰকুছি শংকৰদেৱ শিশু নিকেতনৰ আচাৰ্য ৰবেন কলিতা কিশোৰ শৰ্মা আৰু দিলিপ দাসে প্ৰতিযোগিতা সমুহ পৰিচালনা কৰি প্ৰতিযোগিতাৰ ফলাফল ঘোষনা কৰে৷ মডেল প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে নিত্যানন্দ শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ  মৌচম দাস আৰু মাধুৰ্য দাসে৷ দ্বিতিয় স্থান লাভ কৰে পাটাছাৰকুছি শংকৰদেৱ শিশু নিকেতনৰ ভাৰ্গব শৰ্মা আৰু বিজিতা গোস্বামীয়ে৷

পোষ্টাৰ অকা প্ৰতিযোজিতাত প্ৰথম স্থান লাভ কৰে পাঠশালা পাব্লিক স্কুলৰ ছাত্ৰ স্পণ্ডননীল দাসে আৰু দ্বিতীয় স্থান লাভ কৰে পাটাছাৰকুছি শংকৰদেৱ শিশু নিকেতনৰ  বিজিতা গোস্বামীয়ে৷ ধাৰনা প্ৰতিযোগিতাত  প্ৰথম স্থান লাভ কৰে পাঠশালা পাব্লিক স্কুলৰ  ছাত্ৰ দেবাঞ্জন দাসে৷ দ্বিতীয় স্থান লাভ কৰে নিত্যানন্দ শংকৰদেৱ শিশু নিকেতনৰ  ভায়োলিনা দাসে৷ আকষ্মিক বক্তৃতা প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে পাঠশালা শিক্ষাপীঠৰ প্ৰজ্ঞান কলিতা আৰু দ্বিতীয় স্থান লাভ কৰে কনিমাৰা হাইস্কুলৰ ৰিকিৰাজ কলিতাই৷প্ৰতিযোগিতাৰ অন্তত বটা বিতৰনী সভাত সভাপতিত্ব কৰে পৰিচালনা সমিতিৰ সভাপতি পুলীন বিহাৰী দেৱচৌধুৰীয়ে৷ সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে ব্লক সমন্বয়ক প্ৰানকৃষ্ণ  কলিতাই৷মুখ্য অতিথিৰ আসন গ্ৰহন কৰি কেবিনেট মন্ত্ৰী ৰনজিত কুমাৰ দাসে ছাত্ৰ ছা্ত্ৰী সকলক উদ্দেশ্যি এক প্ৰেৰণামুলক ভাষন প্ৰদান কৰে৷

Leave A Reply