September 17, 2023 আজি এছিয়া কাপৰ ফাইনেল… Share FacebookTwitterWhatsAppTelegramKooEmail আজি এছিয়া কাপৰ ফাইনেল। সমুখ-সমৰত আজি ভাৰত আৰু শ্ৰীলংকা। দিনৰ ৩ বজাৰ পৰা কলম্বোত অনুষ্ঠিত হ’ব মেচখন। ২০১৮ চনতে এছিয়া কাপ জিকিছিল ভাৰতে। তাৰ পিছৰ পৰা সুদীৰ্ঘ ৫বছৰে কেৱল দেখিছে ব্যৰ্থতা। আজি দুই দেশৰ মাজত হ’ব খিতাপ দখলৰ যুঁজ। Author: দৈনন্দিন বাৰ্তা Related Articles স্বাধীনতা দিৱস উপলক্ষে লায়ন্স ক্লাব অৱ গুৱাহাটী প্ৰাইডৰ উদ্যোগত পতাকা উত্তোলন আৰু বৃক্ষৰোপণ কাৰ্যসূচী । Gauhati , Lions Club দৈনন্দিন বাৰ্তা - August 16, 2026 আন্তঃৰাষ্ট্ৰীয় টাইকোৱানডোত ধানী মহন্তৰ ৰূপৰ পদক অৰ্জন দৈনন্দিন বাৰ্তা - August 8, 2026 নৱম হিৰজ আন্তৰ্জাতিক টাইকোৱান্দু চেম্পিয়নচিপত ৪৬-৪৯ কেজি শাখাত সোণৰ পদক লাভ প্ৰয়াসী ভূঞাৰ দৈনন্দিন বাৰ্তা - August 3, 2026