January 10, 2026 Assam Earthquake: পুনৰ অসমত ভূমিকম্পৰ জোকাৰণি পুনৰ অসমত ভূমিকম্পৰ জোকাৰণি Share FacebookTwitterWhatsAppTelegramKooEmail পুনৰ ভূমিকম্পৰ জোকাৰণি অসমত।(Assam Earthquake) পুৱা ৬ বাজি ৬ মিনিটত ভূমিকম্পৰ জোকাৰণি। ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল নলবাৰী জিলা। ৰিখটাৰ স্কেলত প্রাবল্য আছিল ২.৯। ৫ আৰু ৮ জানুৱাৰীতো ভূমিকম্পই জোকাৰি গৈছিল অসম। Author: দৈনন্দিন বাৰ্তা Related Articles ভাৰতৰ মহিলা ক্ৰিকেটৰ A দলত স্থান লাভ দুই অসম কন্যাৰ দৈনন্দিন বাৰ্তা - August 28, 2026 নেপালত পুনৰ হ’ব জলপ্ৰলয়! সঁচা প্ৰমাণিত হ’ল চীনৰ সতৰ্কবাণী… দৈনন্দিন বাৰ্তা - August 28, 2026 অসম সাহিত্য সভা আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ যৌথ উদ্যোগত ‘কাব্যকাকলি’ সফলতাৰে সম্পন্ন দৈনন্দিন বাৰ্তা - August 28, 2026