Breaking

তামিলনাডুৰ মন্দিৰত বন্দী অসমৰ হাতীক নৃশংস নিৰ্যাতন…

0 138

তামিলনাডুৰ মন্দিৰত বন্দী অসমৰ হাতীক নৃশংস নিৰ্যাতন । জয়মালা। এই হাতীটো মাথোঁ ছয়মাহৰ বাবে ২০০৮ চনত অসমৰ পৰা তামিলনাডুলৈ লিজত নিয়া হৈছিল।

কিন্তু যোৱা ১৩ বছৰে অবৈধ ভাবে বন্দী কৰি ৰখা হাতীটোক এটা মন্দিৰ চৌহদত চাৰিওখন ঠেং শিকলিৰে বান্ধি কেইবাজনো মাউতে নৃশংসভাবে মাৰপিত কৰি থকাৰ ভিডিঅ’ পেটা নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে ৰাজহুৱা কৰাৰ লগতে চৰকাৰৰ হস্তক্ষেপ দাবী কৰিছে।

কিন্তু সকলো জানিও নিৰ্লিপ্ত হৈ আছে অসমৰ বন বিভাগ।

Leave A Reply