Breaking

যোৰাবাটত অসম আৰক্ষীয়ে এজন জালনোট সৰবৰাহকাৰীক গ্ৰেপ্তাৰ…

0 127

ৰাজ্যত জালনোটৰ ৰমৰমীয়া ব্যৱসায়। যোৰাবাটত অসম আৰক্ষীয়ে এজন জালনোট সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।

গ্ৰেপ্তাৰ হোৱা লোকজনৰ পৰা জব্দ কৰিছে ২৪.৫ লাখ টকা। এই জালনোটখিনি কঢ়িয়াই আনিছিল জিয়াবুৰ ৰহমান নামৰ এজন যুৱকে।

বশিষ্ঠ আৰক্ষী থানাৰ অন্তৰ্গত যোৰাবাট আউটপোষ্টৰ এটা দলে জিয়াবুৰক গ্ৰেপ্তাৰ কৰাৰ পাছতে এই তথ্য পোহৰলৈ আহিছে।

Leave A Reply