Breaking

বিহাৰৰ দুজন তেল চোৰক গ্ৰেপ্তাৰ কৰে অসম আৰক্ষীয়ে…

0 63

বিহাৰৰ পৰা দুজন তেল চোৰক আটক অসম আৰক্ষীৰ । দুয়োজন চোৰৰ ঘৰ তিনিচুকীয়াৰ লুহাৰী বঙালী গাওঁ গাঁৱৰ। বিহাৰৰ পৰা মঙলবাৰে অসমৰ তেওক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কমেও দুটা তেল চোৰ।

সূত্ৰ অনুসৰি চোৰকেইটা লুছু ওৰফে অপূৰ্ব গগৈ আৰু লুথু ওৰফে দেৱ কুমাৰ ফুকন বুলি চিনাক্ত কৰি বিহাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। দুয়োজন চোৰৰ ঘৰ তিনিচুকীয়াৰ লুহাৰী বঙালী গাওঁ গাঁৱৰ।

গ্ৰেপ্তাৰৰ পিছত তেওঁলোকক ৰেলযোগে যোৰহাটলৈ কিনা হয়। উল্লেখ কৰিব পাৰি যে অসম আৰক্ষীয়ে তেল চুৰিৰ গোচৰত শেহতীয়াকৈ গ্ৰেপ্তাৰ কৰা দুজনকে ধৰি ১২ জন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে অসম আৰু মেঘালয়ৰ বিভিন্ন প্ৰান্তৰ পৰা দুখন তেল টেংকাৰ আৰু এখন চাৰিচকীয়া বাহন জব্দ কৰে।

অসম আৰক্ষীৰ তথ্য অনুসৰি গ্ৰেপ্তাৰ হোৱা লোককেইজন হৈছে প্ৰাণজিৎ বৰা (৩৯), ম চৰকাৰ, ইমদাদ আলী ওৰফে ভাইটি আৰু পাৰুল হুছেইন।

Leave A Reply