March 20, 2022 ১৯ মাৰ্চত অসম আৰক্ষীয়ে আটক কৰা যুৱক কেইজন আলফা স্বাধীনৰ নহয় বুলি স্পষ্টীকৰণ Share FacebookTwitterWhatsAppTelegramKooEmail ১৯ মাৰ্চত গুৱাহাটীত আৰু চৰাইদেউত অসম আৰক্ষীয়ে আটক কৰা মাজুলীৰ টুটু বৰা,দেৱজিত ভূঞা,মিঠু বৰুৱা আৰু মনিপুৰৰ ফিৰোজ খান আলফা স্বাধীনৰ সৈতে জড়িত নহয় বুলি এক প্ৰেছ বিবৃতিৰ জৰিয়তে স্পষ্টীকৰণ দিছে আলফা স্বাধীনে৷ Author: দৈনন্দিন বাৰ্তা Related Articles মুম্বাই আইআইটি আৰু অষ্ট্ৰেলিয়াত অধ্যয়নৰ সুযোগ মাৰ্ঘেৰিটাৰ অম্লানজ্যোতি গগৈৰ দৈনন্দিন বাৰ্তা - June 25, 2026 শৰাইঘাট নাট্য গোষ্ঠীৰ উদ্যোগত জনকল্যাণ ছ’চাইটি, সাংস্কৃতিক বিদ্যালয় আৰু আলোক প্ৰভঞ্জন ৱেলফেয়াৰ ছ’চাইটিৰ সহযোগত গুৱাহাটীত মহা অম্বুবাচী ভক্ত সেৱাৰ আয়োজন দৈনন্দিন বাৰ্তা - June 25, 2026 শক্তিপীঠ কামাখ্যা ধামত অম্বুবাচী মহাযোগৰ অন্তিম দিন দৈনন্দিন বাৰ্তা - June 25, 2026