Breaking

ধুবুৰীত গো-মাফিয়ালৈ অসম আৰক্ষীৰ গুলী : ভৰা লুইতৰ মাজত আৰক্ষীয়ে গুলীয়ালে গো-মাফিয়াক

0 2,030

ধুবুৰীত গো-মাফিয়ালৈ অসম আৰক্ষীৰ গুলী, ভৰা লুইতৰ মাজত আৰক্ষীয়ে গুলীয়ালে গো-মাফিয়াক

বাংলাদেশলৈ অবৈধভাৱে গৰু চালান দিওঁতে আৰক্ষীৰ গুলীবৰ্ষণ, নাও এৰি পলায়ন গো-মাফিয়াৰ

গো-মাফিয়ালৈ লক্ষ্য কৰি প্ৰচণ্ড গুলীবৰ্ষণ আৰক্ষীৰ, ৩ খন নাৱৰে সৰবৰাহ কৰিছিল গৰু, ৬ টাকৈ গৰু জব্দ আৰক্ষীৰ

Leave A Reply