Breaking

ধুবুৰীত অসম ৰাজ্যিক অঙ্গনৱাদী আৰু সহায়িকা কৰ্মী সন্থাৰ প্ৰতিবাদ

0 2,038

ধুবুৰীত অসম ৰাজ্যিক অঙ্গনৱাদী আৰু সহায়িকাৰ কৰ্মী সন্থাৰ ধুবুৰী জিলা সমিতিৰ উদ্দোগত প্ৰতিবাদী কাৰ্য্যসূচী অনুষ্ঠিত হয়। অঙ্গনৱাদী কৰ্মী আৰু সহায়িকাৰ লগতে সকলো আচনিভুক্ত শ্ৰমিকক নুন্যতম দৰমহা মাহেলী ২১,ooo.০০ টকা,পেঞ্চন প্ৰভিডেণ্ট ১০,০০০.০০ টকাৰ ফাণ্ড আৰু ই,এচ,আইৰ ব্যৱস্থা সহ ৪৫ তম ভাৰতীয় শ্ৰম সন্মিলনৰ পৰামৰ্শ অনুযায়ী ব্যৱস্থা কৰাৰ দাবীৰ লগতে ১৫ টা দাবীৰে শুকুৰবাৰৰ দিনা অসম ৰাজ্যিক অঙ্গনৱাদী কৰ্মী আৰু সহায়িকা সন্থা ধুবুৰী জিলা সমিতিৰ উদ্যোগত ধুবুৰীত উত্তাল প্ৰতিবাদী কাৰ্য্য সূচি তৰাজ্যৰ প্ৰতিটো জিলাৰ লগতে ধুবুৰীতো ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেল পথাৰত শ’শ অঙ্গনবাদী সহায়িকা কৰ্মী সকলে ওলাই আহি  হাতে হাতে প্লেকাড লৈ  বিভিন্ন ধৰণৰ শ্লোগান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।প্ৰতিবাদস্থলীত উপস্থিত থকা জিলা প্ৰশাসনৰ বিষয়াৰ হাতত এখন স্মাৰক পত্ৰ দাখিল কৰে ৷

Leave A Reply