December 31, 2020 অসম ৰাজ্যিক চিৰিয়াখানা পুনৰ মুকলি Share FacebookTwitterWhatsAppTelegramKooEmail অৱশেষত আজিৰে পৰা পুনৰ মুকলি কৰা হ’ব গুৱাহাটীস্থিত অসম ৰাজ্যিক চিৰিয়াখানা । কৰ’ণাৰ প্ৰকোপৰ ওপৰত লক্ষ্য ৰাখি ১৭ মাৰ্চৰ পৰা বন্ধ হৈ আছিল চিৰিয়াখানা । বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই মুকলি কৰিব চিৰিয়াখানা । Author: দৈনন্দিন বাৰ্তা Related Articles পুত্ৰৰ মৃত্যুৰ ন্যায় বিচাৰি জনতা ভৱনৰ সন্মুখত মাতৃৰ অৱস্থান দৈনন্দিন বাৰ্তা - August 25, 2026 কটন বিশ্ববিদ্যালয়ত গ্ৰন্থ উন্মোচনঃ অসমীয়া মাধ্যমৰ ছাত্ৰৰ ইংৰাজীত কাব্যপুথি উন্মোচন দৈনন্দিন বাৰ্তা - August 25, 2026 মেঘালয় শ্বিলং কাণ্ডৰ মাষ্টাৰ মাইণ্ড জেৰেমিয়া প’থমিক গ্ৰেপ্তাৰ দৈনন্দিন বাৰ্তা - August 25, 2026