অসম

কলিয়াবৰত নগাঁও আৰক্ষীয়ে জব্দ কৰিছে ২০ কোটি টকাৰ হেৰ’ইন,এজন আটক

ড্ৰাগছৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ আন এক বৃহৎ অগ্ৰগতি৷ ৫ মাৰ্চত কলিয়াবৰৰ জখলাবন্ধাত নিশা অভিযান চলাই ১৮ কেজি হেৰ’ইন জব্দ কৰা হয়। খবৰ অনুসৰি নাগালেণ্ডৰ...

জেষ্ঠ ফটো সাংবাদিক পূৰ্ণানন্দ শৰ্মাৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ জাৰ্ণেলিষ্ট এচ’ছিয়েছনৰ

জেষ্ঠ ফটো সাংবাদিক ধনমণি শৰ্মাৰ অকাল মৃত্যুত জাৰ্ণেলিষ্ট এচ’ছিয়েছন অৱ আসামে গভীৰ শোক প্ৰকাশ কৰিছে৷ শৰ্মাৰ মৃত্যু অসমৰ সংবাদ জগতৰ বাবে অপূৰণীয় ক্ষতি বুলি...

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, অসমৰ সঞ্চালক ডা: এম এছ লক্ষ্মীপ্ৰিয়াক প্ৰশংসাৰে ওপচালে বিল গেটছে

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, অসমৰ মিছন সঞ্চালক ড০ এম এছ লক্ষ্মী প্ৰিয়াক প্ৰশংসাৰে ওপচাই বিল এণ্ড মেলিণ্ডা গেটছ ফাউণ্ডেশ্যনৰ সহ-প্ৰতিষ্ঠাপক বিল গেটছে। নতুন দিল্লীত ভাৰত...

২১ মাৰ্চত উত্তৰ-পূবলৈ ভাৰত গৌৰৱ ৰেল আৰম্ভ কৰিব ভাৰতীয় ৰেলৱেয়ে

ভাৰত গৌৰৱ ডিলাক্স এ চি টুৰিষ্ট ৰেলযোগে ভাৰতৰ উত্তৰ-পূব ৰাজ্যসমূহ সামৰি লোৱাৰ বাবে বিশেষভাৱে ডিজাইন কৰা ভ্ৰমণ “নৰ্থ ইষ্ট ডিচকভাৰী: বিয়ণ্ড গুৱাহাটী” পৰিচালনাৰ সিদ্ধান্ত...

আৰু বেছি দূৰ নাই, বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ দিশত চৰাইদেউ মৈদাম

ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পোৱাৰ দিশে আহোম স্বৰ্গদেউসকলৰ ৬০০ বছৰীয়া ঐতিহাসিক চৰাইদেউ মৈদাম। শুকুৰবাৰে মুখ্যমন্ত্রীয়ে সামাজিক মাধ্যমৰযোগে চৰাইদেউক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পোৱাৰ ক্ষেত্ৰত ইউনেস্কৰ...

Popular