Breaking

Browsing Category

অসম

গোৰ্খা উন্নয়ন পৰিষদৰ নতুন কাৰ্যবাহী সদস্য ৰূপে শপত গ্ৰহণ মতি কুমাৰ নেৱাৰৰ

দৈনন্দিন বাৰ্তাৰ সেৱা, ইটাখোলা, ৮ নৱেম্বৰঃ অসম চৰকাৰৰ ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যান বিভাগে গোৰ্খা উন্নয়ন পৰিষদৰ কাৰ্যবাহী সদস্যৰূপে নদুৱাৰ অঞ্চলৰ এগৰাকী কৰ্মউদ্যামী ব্যক্তি তথা সমাজ কৰ্মি মতি কুমাৰ নেৱাৰক নিযুক্তি প্ৰদান কৰা
Read More...

বিদ্যাভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ বাৰ্ষিক সভা সম্পন্ন, কেন্দ্ৰীক নতুন শিক্ষানীতিয়ে স্বনিৰ্ভৰশীল ভাৰত…

দৈনন্দিন বাৰ্তাৰ সেৱা, চাংসাৰি, ৮ নৱেম্বৰঃ আজি বিদ্যাভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সাধাৰণ সভাখন গুৱাহাটী  চন্দ্ৰপুৰ হাজংবৰীস্হিত বহুমুখী প্ৰকল্পত অনুষ্ঠিত হয়। বন্তি প্ৰজ্বলনৰে সভাৰ কাৰ্যসূচী শুভাৰম্ভ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ
Read More...

ভাগিনক মোবাইল নম্বৰ দি বিপদত মামা, ২২ হাজাৰ মেচেজ-ভিডিঅ’ কল

দৈনন্দিন বাৰ্তাৰ সেৱা, ভূৰাগাওঁ, ৮ নৱেম্বৰঃ শুকুৰবাৰে ৰাজ্য চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা সভা এখনত সকলোকে দিলে নিজৰ মোবাইল নম্বৰ। পিছে মামাই ফোন কৰিবলৈ নহয়, হোৱাটছ আপ কৰিবলৈহে দিছিল নিজৰ মোবাইল নম্বৰ। কিন্তু এতিয়া
Read More...

লাহৰীঘাটত বিধ্বস্ত বাট-পথে জ্বলা কলা খুৱাইছে অঞ্চলবাসীক

দৈনন্দিন বাৰ্তাৰ সেৱা, ভূৰাগাওঁ, ৮ নৱেম্বৰঃ পৰিৱৰ্তনৰ আশাত ৰাইজে ভোট দান কৰি ক্ষমতাৰ গাদীত বহোৱা বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনতো বাট-পথৰ জৰাজীৰ্ণ অৱস্থাই লগ এৰা নাই লাহৰীঘাট বাসীৰ।উল্লেখযোগ্য যে লাহৰীঘাট সমষ্টিৰ কুশতলি গাঁও পঞ্চায়তৰ
Read More...

উপৰহালীত ‘অদৃষ্টৰ খোজ’ উপন্যাস উন্মোচন

দৈনন্দিন বাৰ্তাৰ সেৱা, মিৰ্জা, ৮ নৱেম্বৰঃ শিক্ষাবিদ তথা সমালোচক ড০ শৈলেন্দ্ৰ নাৰায়ণ ঠাকুৰীয়াৰ প্ৰথম উপন্যাস 'অদৃষ্টৰ খোজ' আজি উপৰহালীৰ নিজ বাসগৃহত আয়োজন কৰা এক গ্ৰন্থ উন্মোচনী সভাত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। এই উপলক্ষে অৱসৰপ্ৰাপ্ত
Read More...

অভিনেতা তথা জ্যেষ্ঠ সাংবাদিক কিশলয় দেৱ গোস্বামী অসুস্থ

দৈনন্দিন বাৰ্তাৰ সেৱা, হোজাই, ৮ নৱেম্বৰঃ মেগা ধাৰাবাহিক আউসীৰ জোনাক আৰু অস্ত আকাশৰ জোনৰ অভিনেতা তথা হোজাইৰ জ্যেষ্ঠ সাংবাদিক কিশলয় দেৱ গোস্বামী হঠাৎ অসুস্থ হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। হোজাইৰ এখন ব্যক্তিগত
Read More...

অসমত কোৰোনাৰ ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২০৮৬৩৭ জনলৈ বৃদ্ধি

দৈনন্দিন বাৰ্তা সেৱাঃ অসমত পুনৰ ২৪৮ জনৰ দেহত ধৰা পৰিছে কোৰোনা। ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২০৮৬৩৭ জনলৈ বৃদ্ধি। আনহাতে সুস্থ হৈছে ৫৫৫ জন লোক। ৰাজ্যত সুস্থ হোৱা লোকৰ সংখ্যা ২০০৯৩৬ জনলৈ বৃদ্ধি পাইছে। বৰ্তমান চিকিৎসাধীন হৈ
Read More...

মঙলদৈৰ ৰঙামাটি হাইস্কুলত দৰং ছাত্ৰ সন্থাৰ দুদিনীয়া অধিৱেশন

দৈনন্দিন বাৰ্তাৰ সেৱা, মঙ্গলদৈ, ৭ নৱেম্বৰঃ  সদৌ দৰং জিলা ছাত্র সংস্থাৰ ৮ম বাৰ্ষিক অধিবেশন খনি আজিৰে পৰা দুদিনীয়া কায্যসূচীৰে মঙলদৈ নিকটৱৰ্তী ৰঙামাটি হাইস্কুলত  অনুস্থিত হৈছে। কাৰ্যসূচী অনুসৰি আজি পুৱা পতকা উত্তোলন কৰে জিলা ছাত্র সংস্থাৰ
Read More...

হোজাইত সোনকালে মুকলি হ’ব এখন আধুনিক হস্পিটেল

দৈনন্দিন বাৰ্তাৰ সেৱা, নীলবাগান, ৭ নৱেম্বৰঃ হোজাইত অতি সোনকালে মুকলি হ'ব সকলো ধৰণৰ সুবিধা থকা এখন আধুনিক হস্পিটেল। জামিয়া এজুকেশ্বনেল চেয়াৰেটিবুল ট্ৰাষ্টৰ মূখ্য পৰিচালন সঞ্চালক ছামচুল আলম কাছিমীৰ নেতৃত্বত মৌলানা জহিৰুদ্দিন আৰু হুছাইন
Read More...

সামগ্রীৰ মূল্য বৃদ্ধি ৰোধ আৰু হ্ৰাসৰ দাবীত টংলা চাৰিআলিত ছাত্ৰ সন্থাৰ বিক্ষোভ প্ৰদৰ্শন

দৈনন্দিন বাৰ্তাৰ সেৱা, টংলা, ৭ নৱেম্বৰঃ শনিবাৰে ওদালগুৰি জিলাৰ টংলা চাৰিআলিত টংলা আঞ্চলিক ছাত্র সন্থাই তীব্র প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদত মূল্যবৃদ্ধি ৰোধ কৰক, অসম চৰকাৰ হায় হায়, ফনি ভূষণ নিপাত যাওক, সৰ্বানন্দ গ'বেক, হিমন্ত গ'বেক, ফনি
Read More...