Breaking

Browsing Category

অসম

উপৰহালীত ‘অদৃষ্টৰ খোজ’ উপন্যাস উন্মোচন

দৈনন্দিন বাৰ্তাৰ সেৱা, মিৰ্জা, ৮ নৱেম্বৰঃ শিক্ষাবিদ তথা সমালোচক ড০ শৈলেন্দ্ৰ নাৰায়ণ ঠাকুৰীয়াৰ প্ৰথম উপন্যাস 'অদৃষ্টৰ খোজ' আজি উপৰহালীৰ নিজ বাসগৃহত আয়োজন কৰা এক গ্ৰন্থ উন্মোচনী সভাত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। এই উপলক্ষে অৱসৰপ্ৰাপ্ত
Read More...

অভিনেতা তথা জ্যেষ্ঠ সাংবাদিক কিশলয় দেৱ গোস্বামী অসুস্থ

দৈনন্দিন বাৰ্তাৰ সেৱা, হোজাই, ৮ নৱেম্বৰঃ মেগা ধাৰাবাহিক আউসীৰ জোনাক আৰু অস্ত আকাশৰ জোনৰ অভিনেতা তথা হোজাইৰ জ্যেষ্ঠ সাংবাদিক কিশলয় দেৱ গোস্বামী হঠাৎ অসুস্থ হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। হোজাইৰ এখন ব্যক্তিগত
Read More...

অসমত কোৰোনাৰ ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২০৮৬৩৭ জনলৈ বৃদ্ধি

দৈনন্দিন বাৰ্তা সেৱাঃ অসমত পুনৰ ২৪৮ জনৰ দেহত ধৰা পৰিছে কোৰোনা। ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২০৮৬৩৭ জনলৈ বৃদ্ধি। আনহাতে সুস্থ হৈছে ৫৫৫ জন লোক। ৰাজ্যত সুস্থ হোৱা লোকৰ সংখ্যা ২০০৯৩৬ জনলৈ বৃদ্ধি পাইছে। বৰ্তমান চিকিৎসাধীন হৈ
Read More...

মঙলদৈৰ ৰঙামাটি হাইস্কুলত দৰং ছাত্ৰ সন্থাৰ দুদিনীয়া অধিৱেশন

দৈনন্দিন বাৰ্তাৰ সেৱা, মঙ্গলদৈ, ৭ নৱেম্বৰঃ  সদৌ দৰং জিলা ছাত্র সংস্থাৰ ৮ম বাৰ্ষিক অধিবেশন খনি আজিৰে পৰা দুদিনীয়া কায্যসূচীৰে মঙলদৈ নিকটৱৰ্তী ৰঙামাটি হাইস্কুলত  অনুস্থিত হৈছে। কাৰ্যসূচী অনুসৰি আজি পুৱা পতকা উত্তোলন কৰে জিলা ছাত্র সংস্থাৰ
Read More...

হোজাইত সোনকালে মুকলি হ’ব এখন আধুনিক হস্পিটেল

দৈনন্দিন বাৰ্তাৰ সেৱা, নীলবাগান, ৭ নৱেম্বৰঃ হোজাইত অতি সোনকালে মুকলি হ'ব সকলো ধৰণৰ সুবিধা থকা এখন আধুনিক হস্পিটেল। জামিয়া এজুকেশ্বনেল চেয়াৰেটিবুল ট্ৰাষ্টৰ মূখ্য পৰিচালন সঞ্চালক ছামচুল আলম কাছিমীৰ নেতৃত্বত মৌলানা জহিৰুদ্দিন আৰু হুছাইন
Read More...

সামগ্রীৰ মূল্য বৃদ্ধি ৰোধ আৰু হ্ৰাসৰ দাবীত টংলা চাৰিআলিত ছাত্ৰ সন্থাৰ বিক্ষোভ প্ৰদৰ্শন

দৈনন্দিন বাৰ্তাৰ সেৱা, টংলা, ৭ নৱেম্বৰঃ শনিবাৰে ওদালগুৰি জিলাৰ টংলা চাৰিআলিত টংলা আঞ্চলিক ছাত্র সন্থাই তীব্র প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদত মূল্যবৃদ্ধি ৰোধ কৰক, অসম চৰকাৰ হায় হায়, ফনি ভূষণ নিপাত যাওক, সৰ্বানন্দ গ'বেক, হিমন্ত গ'বেক, ফনি
Read More...

উত্তৰ-পূবৰ প্ৰথমগৰাকী ব্যক্তি হিচাপে হকী ইণ্ডিয়াৰ সভাপতি নিৰ্বাচিত মণিপুৰৰ জ্ঞানেন্দ্ৰো নিংগমবাম

দৈনন্দিন বাৰ্তাৰ সেৱা, ৭ নৱেম্বৰঃ হকী ইণ্ডিয়াৰ সভাপতি হিচাপে বিনা প্ৰতিদ্বন্দ্বিতাই নিৰ্বাচিত হৈছে মণিপুৰৰ জ্ঞানেন্দ্ৰো নিংগমবাম। ইয়াৰ লগে লগে হকী ইণ্ডিয়াৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱা নিংগমবাম উত্তৰ-পূবৰ প্ৰথমগৰাকী ব্যক্তি হিচাপে
Read More...

মুল্য বৃদ্ধি ৰোধ আৰু হ্ৰাস কৰাৰ দাবীত হৰিশিঙা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিক্ষোভ প্ৰদৰ্শন

দৈনন্দিন বাৰ্তাৰ সেৱা, পানেৰী, ৭ নৱেম্বৰঃ ৰাজ্যত অত্যাবশ্যকীয় খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি নিয়ন্ত্ৰনত ব্যৰ্থ হোৱাৰ বাবে চৰকাৰৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত মুল্য বৃদ্ধি ৰোধ আৰু হ্ৰাস কৰাৰ দাবীত হৰিশিঙা আঞ্চলিক
Read More...

বিজেপি পুনৰ ক্ষমতালৈ আহিলে মুছলমান মা-ভনীক ঘৰৰ পৰা লৈ গৈ ধৰ্ষণ কৰা হ’বঃ আজমলৰ বিতৰ্কিত সাম্প্ৰদায়িক…

দৈনন্দিন বাৰ্তাৰ সেৱা, শিলচৰ, ৭ নৱেম্বৰঃ সমাগত ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত সমষ্টিয়ে-সমষ্টিয়ে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ উদেশ্যে প্ৰতিটো ৰাজনৈতিক দলে ব্যাপক তৎপৰতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে। অহা নিৰ্বাচনত বিজেপি ক্ষমতাত
Read More...

পাকিস্তান জিন্দাবাদ ধ্বনি দিয়াতো বলিয়ালীঃ জুবিন গাৰ্গ

দৈনন্দিন বাৰ্তাৰ সেৱা, তেজপুৰ, ৭ নৱেম্বৰঃ শিলচৰৰ বিমান বন্দৰত এআইউদিএফ প্ৰধান তথা সাংসদ বদৰুদ্দিন আজমলক আদৰণি জনোৱাৰ সময়ত একাংশ সমৰ্থকে  পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া বুলি অভিযোগ উত্থাপিত হৈছিল। উক্ত ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ
Read More...