Breaking

Browsing Category

অসম

গেলেকী আৰক্ষীয়ে জব্দ কৰিলে ৬০টিন লালীগুড়, পলাতক বাহনৰ চালক

দৈনন্নিন বাৰ্তা সেৱা, নাজিৰা, ৪ নৱেম্বৰঃ নাজিৰা মহকুমাৰ আৱকাৰী বিভাগৰ উপ-অধীক্ষক আব্দুল লেতিফ আৰু পৰিদৰ্শক আশুতোষ বৰুৱাৰ নেতৃত্বত আৱকাৰীৰ দলে সীমান্তবৰ্তী গেলেকীকে ধৰি বিভিন্ন অঞ্চলত অবৈধ মদৰ বিৰুদ্ধে তথাকথিত অভিযান চলাই বাঃ বাঃ লব
Read More...

লাকুৱা ঐতিহাসিক আমলখি দেউশালত তৰুণ গগৈ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা

দৈনন্দিন বাৰ্তা সেৱা, গেলেকী, ৪নৱেম্বৰঃ নাজিৰা মহকুমা অন্তৰ্গত লাকুৱাৰ ঐতিহাসিক আমলখি দেউশালত ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আশু আৰোগ্য কামনা কৰি এক বিশেষ পূজাৰ আয়োজন কৰা হয়। সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ
Read More...

শিৱসাগৰৰ প্রগতি নার্চিংহোমত ম্যাদ উকলা ঔষধ বিক্ৰীক লৈ উত্তেজনা

দৈনন্দিন বাৰ্তাৰ সেৱা, গেলেকী, ৩ নৱেম্বৰঃ শিৱসাগৰ জিলাৰ অন্তৰ্গত নগৰৰ সমীপৰ জেঙনিকটীয়া ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অৱস্থিত এখন ব্যক্তিগত নার্ছিং হোমত ম্যাদ ওকলা ঔষধ বিক্ৰী কৰি ৰোগীৰ জীৱনক লৈ হেঁতালিখেলাৰ এক গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে।
Read More...

নগাঁৱত বন বিভাগৰ অভিযানত অবৈধ কাঠফলা মিল জব্দ

দৈনন্দিন বাৰ্তাৰ সেৱা, নগাঁও, ৩ নৱেম্বৰঃ নগাঁও জিলা  বন বিভাগৰ এটা অভিযানকাৰী দলে আজি জিলাখনৰ পানিখাইতি অঞ্চলত অভিযান চলাই এটা অবৈধ কাঠ ফলা মিল জব্দ কৰিবলৈ সক্ষম হয়৷ জানিব পৰা মতে, দীৰ্ঘদিন  ধৰি পানিখাইতি অঞ্চলৰ  ৰিংকু আহমেদ নামৰ লোক এজনে
Read More...

নলবাৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুল্যবৃদ্ধিৰ প্ৰতিবাদত অবস্থান ধৰ্মঘট

দৈনন্দিন বাৰ্তাৰ সেৱা, নলবাৰী, ৩ নৱেম্বৰঃ ড° ভুপেন হাজৰিকা শিশু উদ্যানৰ সম্মুখত আজি নলবাৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে মুল্যবৃদ্ধিৰ প্ৰতিবাদত অবস্থান ধৰ্মঘট কাৰ্যসুচী ৰূপায়ন কৰে৷ প্ৰতিবাদকাৰীয়ে কয় বিজেপি চৰকাৰৰ সময়ত বস্তুৰ
Read More...

নলবাৰীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী সমিতিৰ বিক্ষোভ কাৰ্য্যসূচী

দৈনন্দিন বাৰ্তাৰ সেৱা, নলবাৰী, ৩ নৱেম্বৰঃ কা’ আইন আৰু ই.আই.এ বাতিলৰ কৰি আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰবৰ্তনৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে নলবাৰী এন টি ৰোডত বিক্ষোভ কাৰ্যসুচী ৰুপায়ন কৰে৷ ইপিনে
Read More...

গেৰুৱা আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা

দৈনন্দিন বাৰ্তা  সেৱা, ভূৰাগাওঁ, ৩ নৱেম্বৰঃ মৰিগাঁও জিলাৰ গেৰুৱা আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত  যোৱা কালিৰে  পৰা অঞ্চলটোৰ জামাদাৰী খেল পথাৰত অনুষ্ঠিত হৈছে  প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা। প্ৰতিযোগিতাৰ প্ৰথমখন খেল জামুগুৰি ফুটবল একাদশ বনাম
Read More...

অসমত কোৰোনাৰ ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২০৬৯৮২ জনলৈ বৃদ্ধি

দৈনন্দিন বাৰ্তা সেৱাঃ অসমত পুনৰ ৪৬৫ জনৰ দেহত ধৰা পৰিছে কোৰোনা। ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২০৬৯৮২ জনলৈ বৃদ্ধি। আনহাতে সুস্থ হৈছে ৭৮৫ জন লোক। ৰাজ্যত সুস্থ হোৱা লোকৰ সংখ্যা ১৯৭৫৬৬ জনলৈ বৃদ্ধি পাইছে। বৰ্তমান চিকিৎসাধীন হৈ আছে
Read More...

মোক মিঞা বুলি নামাতিব, কথা বেয়া হৈ যাব, মিঞা চাহাব বুলি সম্বোধন কৰিব

দৈনন্দিন বাৰ্তা সেৱা, ২ নবেম্বৰঃ মিঞা মিউজিয়ামৰ বিতৰ্ক মাৰ নোযাওতেই এই মিঞা নামৰ লৈ বিতৰ্কত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ‘‘মই বিলাসীপাৰা পশ্চিম সমষ্টিৰ দুবাৰৰ প্ৰাক্তন বিধায়ক আলী আকবৰ মিঞা। মোক মিঞা বুলি নামাতিব, কথা বেয়া হৈ যাব। মিঞা
Read More...

ধাৰৰ বোজা সহিব নোৱাৰি একেটা পৰিয়ালৰ ৫ গৰাকীৰ আত্মহনন

দৈনন্দিন বাৰ্তা সেৱা, ২ নবেম্বৰঃ কোৰোনা মহামাৰীৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাজ্য চৰকাৰে জাৰি কৰা লকডাউনৰ ব্যৱসায়ীক গোষ্ঠীৰ ওপৰত বিৰুপ প্ৰভাৱ পৰা দেখা গৈছে। কিছু বছৰৰ পূৰ্বে ডিফুত সংঘটিত হোৱা দৰে অনুৰূপ এক ঘটনাই সংঘটিত হৈছে গোসাইগাঁৱত।
Read More...