Breaking

Browsing Category

অসম

যাদু ৰাইড প্ৰতিষ্ঠানৰ শাৰদীয় দূৰ্গা পূজাৰ বিশেষ আকৰ্ষণীয় পুৰস্কাৰ। ডেৰ মাহত চালকৰ উপাৰ্জন লাখৰ…

যাদু ৰাইড প্ৰতিষ্ঠানৰ শাৰদীয় দূৰ্গা পূজাৰ বিশেষ আকৰ্ষণীয় পুৰস্কাৰ। যাদু ৰাইড কেব প্ৰতিষ্ঠানৰ বিশেষ
Read More...

অসম সাহিত্য সভাৰ মজিয়াত নীতিহীন, নৈতিকতাহীন কার্যকলাপক প্ৰশ্ৰয় দিয়া নহ’বঃমৰিগাৱঁৰ বাচনাঘাট…

"এখন বোৱতী নৈ কেতিয়াবা ফেনে ফোটোকাৰে ওফন্দি উঠে, কেতিয়াবা শুকাই জলহীন হৈ পৰে, তদ্রূপ অসম সাহিত্য সভাও কেতিয়াবা গৰিমাৰে উজলি উঠে, কেতিয়াবা নেতিবাচক সমালোচনাৰে প্রত্যাহ্বানৰ সন্মুখীন হয় " এই মন্তব্য অসম সাহিত্য সভাৰ প্রধান সম্পাদক ডঃ
Read More...

শোণিতপুৰত বনৰীয়া হাতীৰ মৃত্যু; পাৰস্পৰিক যুঁজত এমাহতে দুটা হাতী নিহত

শোণিতপুৰৰ ফুলবাৰী চাহবাগিচাৰ ২৩ নম্বৰ লাইনত যোৱা ১৯ ছেপ্টেম্বৰত গুৰুতৰ ভাবে আহত হোৱা দঁতাল বনৰীয়া হাতীটোৰ দেওবাৰে নিশা মৃত্যু ঘটে৷ উল্লেখযোগ্য যে, দ্ৰুতগতিত প্ৰাকৃতিক আৱাস ধ্বংস হোৱাৰ ফলত খাদ্যৰ সংকটত ভোগা হাতীৰ জাক অৰণ্যৰ বাহিৰলৈ ওলাই
Read More...

তেজপুৰ চেলেঞ্জ কাপ ফুটবলত অৰুণাচল এফ চিৰ খিতাপ অৰ্জন

ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ কাপৰ দেওবাৰে নিশা অনুষ্ঠিত আকৰ্ষণীয় চূড়ান্ত খেলত যোগ্য ভাৱেই খিতাপ অৰ্জন কৰে অৰুণাচল এফ চি দলে৷ তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা ৰাজেন বৰঠাকুৰ সোঁৱৰণি চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতাৰ
Read More...

শিৱসাগৰত অসম ভাৰোত্তোলন সন্থাৰ বাচনি শিবিৰঃ প্ৰাক্তন ৰাষ্ট্ৰীয় আন্তৰাষ্ট্ৰীয় ভাৰোত্তোলকক সম্বৰ্দ্ধনা

সৰুপথাৰত অনুষ্ঠিত হ’ব লগা ৫১ সংখ্যক সদৌ অসম ভাৰোত্তোলন প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিবলৈ শিৱসাগৰ ৱেইটলিফটিং একাডেমিৰ দলটো দেওবাৰে নিৰ্বাচন কৰা হয় ৷ খনামুখ কৃষ্টি কলা কেন্দ্ৰত খনামুখ সেউজী যুৱক সংঘৰ উদ্যোগত ৱেইটলিফটিং একাডেমিৰ চিলেকশ্যন
Read More...

ছিপাঝাৰত নতুন পি এম গৃহ কেতিয়া হ’ব ! ঘৰ হ’ব হ’ব বুলি বাট চাই থাকোতেই আমনি লাগিছে…

চৰকাৰে পঞ্চায়ত ব্যৱস্থাৰ জৰিয়তে দুখীয়া দৰিদ্ৰ পৰিয়াললৈ আৱন্টন দিয়া পি এম গৃহকলৈ একাংশ দৰিদ্ৰ হিতাধিকাৰীয়ে ঘৰ হ'ব হ'ব বুলি বাট চাই অপেক্ষা কৰি থাকোতে আমনিবোধ কৰিছে।কিয়নো পঞ্চায়তে পঞ্চায়তে একাংশ দৰিদ্ৰ পৰিয়ালৰ নামত আই ডি
Read More...

৬ অক্টোবৰৰ পৰা তিনিদিনীয়াকৈ ঢকুৱাখনা বি.এড মহাবিদ্যালয়ৰ গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী…

ঢকুৱাখনা মহকুমাৰ উচ্চ শিক্ষাৰ একমাত্ৰ শিক্ষা অনুস্থান ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়খনে ১৯৯৮ চনতে স্থাপিত তথা জন্মলগ্নৰে পৰা শিক্ষাৰ পোহৰ বিলাই এইবেলি গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষত উপনীত হল ৷ বছৰজোৰা কাৰ্যসূচীৰে আৰম্ভ হোৱা
Read More...

নতুন দিল্লীত গণৰাজ্য দিৱসৰ ব্ৰাছ বেণ্ডত উত্তৰ পূবক প্ৰতিনিধিত্ব কৰিব গুৱাহাটীৰ এন চি চিৰ ২০ জনী…

নতুন দিল্লীত গণৰাজ্য দিৱসৰ ব্ৰাছ বেণ্ডত উত্তৰ পূবক প্ৰতিনিধিত্ব কৰিব গুৱাহাটীৰ এন চি চিৰ ২০ জনী গাৰ্লছ কেডেটে অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে নতুন দিল্লীত অনুষ্ঠিত হবলগীয়া ২০২৪ বৰ্ষৰ গণৰাজ্য দিবসৰ পেৰেডৰ কাৰ্যসূচীত ব্ৰাছ বেণ্ডত উত্তৰ পূব
Read More...

অ’ এন জি চি , অসম সম্পদৰ থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে লঘূ যান – বাহন ঠিকাদাৰ সন্থা আৰু…

অ' এন জি চি , অসম সম্পদৰ থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে লঘূ যান - বাহন ঠিকাদাৰ সন্থা আৰু আত্মনিৰ্ভৰশীল মটৰ চালক সন্থাৰ দুঘন্টীয়া অৱস্থান ধৰ্মঘট আৰু ধৰ্ণা কাৰ্যসূচীৰে উত্তাল প্ৰতিবাদমহাৰত্ন তৈল - গেছ উদ্যোগীক প্ৰতিষ্ঠান তেল আৰু প্ৰাকৃতিক গেছ
Read More...

নগৰবেৰা গাওঁ পঞ্চায়তত বিভিন্ন আঁচনি ৰূপায়নৰ নামত ব্যাপক দুৰ্নীতি ! দুৰ্নীতিগ্ৰস্ত সভাপতি দিপাংকৰ…

নগৰবেৰা গাওঁ পঞ্চায়তত বিভিন্ন আঁচনি ৰূপায়নৰ নামত ব্যাপক দুৰ্নীতি, দুৰ্নীতিগ্ৰস্ত সভাপতি দিপাংকৰ কলিতাৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ, তদন্তৰ দাবী কামৰূপৰ বকো সমষ্টিৰ ছমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত নগৰবেৰা গাওঁ পঞ্চায়তত বিভিন্ন আঁচনি
Read More...