Breaking

Browsing Category

অসম

অন্ত পৰিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিশ্ববিদ্যালয় সপ্তাহ…

বিশ্ববিদ্যালয় সপ্তাহ মানেই নাহৰত দেশত পাৰভঙা উছাহ। বিশ্ববিদ্যালয় সপ্তাহ মানেই এক সুকীয়া আৱেগ ৪৫০০ নাহৰবাসীৰ। এই সময়ত কাৰোৰে যেন কাৰো কথা শুনিবলৈ সময় নাই। ১৫ চেপ্তেম্বৰৰ পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আৰম্বৰপূৰ্ণভাৱে অনুষ্ঠিত হৈ গ 'ল
Read More...

অসম সাহিত্য সভাৰ উদ্যোগত ধুবুৰীৰ হাতীধুৰা মহাবিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ…

অসম সাহিত্য সভাৰ উদ্যোগত ধুবুৰীৰ হাতীধুৰা মহাবিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা সত্ৰ অসম সাহিত্য সভাৰ পশ্চিম অসমৰ ভাষা-সাহিত্য-সংস্কৃতি গৱেষণা কেন্দ্ৰ আৰু হাতীধুৰা মহাবিদ্যালয়ৰ অসমীয়া বিভাগ আৰু সংস্কৃত
Read More...

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক জন্মজয়ন্তী…

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৫ সংখ্যক জন্মজয়ন্তী। জন্মজয়ন্তী উপলক্ষে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত উপস্থিত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা। হৰি নামৰ ভক্তি ৰসেৰে
Read More...

দুলীয়াজান মহাবিদ্যালয়ত ছাত্ৰ একতা সভাত আছুৰ জয়যাত্ৰা। ১৪ গৰাকী প্ৰাৰ্থীৰ জয়লাভ…

দুলীয়াজান মহাবিদ্যালয়ত ছাত্ৰ একতা সভাত আছুৰ জয়যাত্ৰা অব্যাহত। ১৪ গৰাকী প্ৰাৰ্থীৰ জয়লাভ। প্ৰতি বছৰৰ দৰে এইবাৰো দুলিয়াজান মহাবিদ্যালয়ৰ সাধাৰণ নিৰ্বাচনত আছুৰ ধ্বজা অব্যাহত ৰাখে। ২২ ছেপ্টেম্বৰত দুলীয়াজান মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা ছাত্ৰ-একতা
Read More...

অসমীয়া সাহিত্য সংস্কৃতিৰ বিকাশ মঞ্চৰ দ্বিতীয় বৰ্ষপূৰ্তি অনুষ্ঠান…

অসমীয়া সাহিত্যৰ পথাৰখনত নবীন-প্ৰবীণ লেখক লেখিকা সকলক একত্ৰিত কৰি এখন উমৈহতীয়া মঞ্চ তৈয়াৰ কৰাৰ উদ্দেশ্য আগত ৰাখি ২০২১ চনৰ ছেপ্টেম্বৰ মাহত জন্মলাভ কৰে অসমীয়া সাহিত্য সংস্কৃতিৰ বিকাশ মঞ্চ। অসম নামৰ মঞ্চ খনে ২০২৩ বৰ্ষৰ ছেপ্টেম্বৰ মাহত দুট বৰ্ষ
Read More...

আৰম্ভ হ’ল ‘মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান – ২০২৩’

ৰাজ্যত এক শক্তিশালী ঔদ্যোগিক বাতাবৰণ সৃষ্টি কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসমৰ কৰ্মোদ্যমি যুৱক-যুৱতীসকলক আত্মনিৰ্ভৰশীল আৰু নিয়োগ সৃষ্টিকাৰী হিচাপে গঢ় দিয়াৰ উদ্দেশ্য আৰম্ভ কৰিলে "মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান -
Read More...

দমদমা সাহিত্য সভাৰ উদ্যোগত শিক্ষাবিদ তাৰিনী কান্ত শৰ্মাৰ আশী বছৰীয়া উপজা দিন পালন…

ব্যক্তিৰ ব্যক্তিগত দায়বদ্ধতা আৰু কৰ্মনিপুনতাৰ অথবা দক্ষতা বিকাশৰ লক্ষ্যৰ মাজেৰেহে এখন সমাজ, এখন দেশ তথা একোটা জাতিৰ সভ্যতা আৰু সংস্কৃতিৰ বিকাশ সম্ভৱ হৈ পৰে।ব্যক্তি বিশেষে আজিৰ বৰ্তমান সমাজখনৰ পৰিপ্ৰেক্ষিতত ভৱিষ্যত প্ৰজন্ম সকলৰ মনত
Read More...

আছুৰ কেন্দ্ৰীয় সমিতিক অবৈধ বুলি দাবীৰে ন্যায়ালয়ত গোচৰ ছাত্ৰনেতা দিব্যজ্যোতি মেধিৰ

সদৌ অসম ছাত্ৰ সন্থাৰ বৰ্তমানৰ কেন্দ্ৰীয় সমিতিক অবৈধ ঘোষণা কৰাৰ দাবীৰে ন্যায়ালয়ত এক গোচৰ ৰুজু কৰে ছাত্রনেতা দিব্যজ্যোতি মেধিয়ে। সদৌ অসম ছাত্ৰ সন্থাৰ সংবিধানৰ কেইবাটাও অনুচ্ছেদ উলংঘা কৰি বহু বৃদ্ধলোক অথবা ছাত্রাৱস্থা বহু দশক পূর্বে সাং
Read More...

তীৰ্থনগৰী হাজোত অসম নাট্য সন্মিলন হাজো শাখাৰ সৌজ্যনত শিল্পী ব্ৰজনাথ শৰ্মা সোঁৱৰণী অনুষ্ঠান…

কামৰূপ জিলাৰ অন্তৰ্গত হাজোৰ পতনিস্থিত চন্দ্ৰমা হোটেল এণ্ড ৰেষ্টুৰেণ্টৰ (মুক্তিযুঁজাৰু ডা° সম্ভুৰাম মেধি কমপ্লেক্স) সভাগৃহত মঙ্গলবাৰে দিনযোৰা কাৰ্যসূচীৰে সৈনিক শিল্পী ব্ৰজনাথ শৰ্মা সোঁৱৰণী অনুষ্ঠানটি সম্পণ্ণ কৰা হ'য়।
Read More...

KACৰ মুখ্য সচিবৰ চহী জালিয়াতি ! গ্ৰেপ্তাৰ হ’ল KACৰ কাৰ্যবাহী পাৰিষদ কাৰ্তিক ৰায়…

প্ৰসংগ : KACৰ মুখ্য সচিবৰ চহী জালিয়াতি। গ্ৰেপ্তাৰ হ'ল KACৰ কাৰ্যবাহী পাৰিষদ কাৰ্তিক ৰায়।
Read More...