Breaking

Browsing Category

অসম

সংগীতৰ শ্রোতা-দর্শকলৈ তৰালি শৰ্মাৰ উপহাৰ ‘ডেউকা মেলি দিলোঁ’

বৰ্তমান সময়ত অসমৰ প্ৰতিগৰাকী সংগীতানুৰাগীৰ বাবে আশাৰ এক বতৰাৰ নাম হৈ পৰিছে 'ডেউকা'। শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক তৰালি শৰ্মাৰ দীৰ্ঘদিনীয়া কষ্টৰ ফচল এই এলবামটোৰ প্ৰথমটি গীত মাতিলেই নামি অহা জোনাক' ক ইতিমধ্যে ৰাইজে আঁকোৱালি লৈ
Read More...

ডিব্ৰুগড়ত সদৌ অসম ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ

ডিব্ৰুগড়ত সদৌ অসম ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ। ডিব্ৰুগড়ৰ চৌকীডিঙি চাৰিআলিত কেন্দ্ৰীয় ৰাসায়ন আৰু সাৰ মন্ত্ৰীৰ পুত্ৰলিকা দহন কৰি ছাত্ৰ সন্থাৰ
Read More...

এইবাৰ উচ্ছেদ চলিব ভাৰত-ভূটান সীমান্তৰ দৰঙ্গা সংৰক্ষিত বনাঞ্চলত

তামুলপুৰ মহকুমাৰ কুমাৰীকাটা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনত থকা দৰঙ্গা সংৰক্ষিত বনাঞ্চলত অবৈধভাৱে বসবাস কৰা ২১০ ঘৰ লোকক উচ্ছেদৰ জাননী। অহা ১৫ দিনৰ ভিতৰত
Read More...

গোগামুখ কাৰপুনপুলি গাঁৱৰ প্ৰশংসনীয় পদক্ষেপঃ বিহু মাৰি পোৱা টকাৰে নিৰ্মাণ কৰিলে পথ

বিজেপি নেতৃত্বাধীন অসম চৰকাৰে অসমৰ চৌদিশে উন্নয়ন হোৱা বুলি ঢাক-ঢোল বজাই তালফাল কৰি আছে যদিও অসমৰ প্ৰকৃত উন্নয়ন যে হোৱা নাই তাক অসমৰ পথ-দলঙৰ দুৰৱস্থাই প্ৰমাণ কৰি দিছে৷ কেৱল মাত্ৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মা, মন্ত্ৰী-বিধায়ক আৰু বিজেপি
Read More...

সীমা বিবাদৰ আলোচনাৰ বাবে অসম আৰু মেঘালয়ৰ আঞ্চলিক সমিতিৰ বৈঠক

অসম আৰু মেঘালয়ৰ আঞ্চলিক সমিতিয়ে শনিবাৰে গুৱাহাটীৰ কইনাধৰাত মিলিত হয় আৰু দুয়োখন ৰাজ্যৰ মাজত দীৰ্ঘদিন ধৰি অমীমাংসিত হৈ থকা সীমান্ত সমস্যাসন্দৰ্ভত তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰে। গুৰুত্বপূৰ্ণ
Read More...

অসমৰ অন্যতম সংগঠন “সূত্ৰধাৰ-কুটুম্ব সুৰক্ষা পৰিষদ”এ বিগত বছৰ বৃন্দাবনৰ পিছত এইবাৰ…

অসমৰ অন্যতম সংগঠন "সূত্ৰধাৰ-কুটুম্ব সুৰক্ষা পৰিষদ"-এ বিগত বছৰ বৃন্দাবন (উত্তৰ প্ৰদেশ)ৰ পিছত এইবাৰ উজ্জেইন (মধ্য প্ৰদেশ)ত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিব "সূত্ৰধাৰ ২০২৩" বিশেষ অনুষ্ঠান। আজি গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদ মেলত এই কথা
Read More...

সমষ্টি পুনৰ নিৰ্ধাৰণৰ আজি তৃতীয় দিনৰ শুনানি। শুনানিত অংশ ল’ব উজনিৰ ৯খন জিলাই…

সমষ্টি পুনৰ নিৰ্ধাৰণৰ আজি তৃতীয় দিনৰ শুনানি। সমষ্টি নির্ধাৰণৰ ৰাজহুৱা শুনানিৰ আজি অন্তিম দিনা কলাক্ষেত্ৰত তিনিটা প্ৰেক্ষাগৃহত পুৱা ৯.৩০ বজাৰ পৰা আয়োগে লৈছে শুনানি। এই শুনানিত উজনি অসমৰ ৯খন জিলাৰ ২৮টা বিধানসভা সমষ্টিৰ শুনানি ল'ব।
Read More...

ডিমৌ ক্ৰীড়া সন্থাৰ ফুটবল লীগ শুভাৰম্ভ, ডিমৌ কচিং চেণ্টাৰৰ জয়

ডিমৌ উপ:ক্ৰীড়া সন্থাৰ তত্বাবধানত বৃহস্পতি বাৰৰ পৰা ডিমৌ ৰাইচাই গ্ৰাম্য ক্ৰীড়াঙ্গনত অনুষ্ঠিত হৈছে আন্ত ক্লাৱ ফুটবল লীগ।
Read More...

চন্দ্ৰযান-৩ অভিযানত অসমৰ বিজ্ঞানী, উত্তৰ লখিমপুৰ মহাবিদ্যাল(স্বায়ত্তশাসিত)ৰ আদৰ্শ ছাত্ৰ চয়ন দত্ত

ভাৰতৰ মহাকাশ অন্বেষণৰ প্ৰচেষ্টাত এক বৃহত্‍ অভিযান ‘চন্দ্ৰযান-৩’ৰ উপ-প্ৰকল্প সঞ্চালকৰ দৰে গুৰুত্বপূৰ্ণ পদত নিযুক্ত হৈছে অসমৰ বিজ্ঞানী চয়ন দত্ত। উত্তৰ লখিমপুৰ মহাবিদ(স্বায়ত্তশাসিত)আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ চয়ন দত্তৰ এই
Read More...

লাংহিনত ১৯ নং ডিফু বিধান সভা মুখ্যমন্ত্ৰী আদিবাসী চাহ জনজাতি ফুটবল সম্পন্ন: বিধায়ক বিদ্যাছিং ইংলেঙে…

ৰাজ্যৰ সমগ্ৰ বিধান সভা সমষ্টিৰ মাজত চলি থকা মুখ্যমন্ত্ৰী চাহ জনজাতি আৰু আদিবাসী ফুটবল চেম্পিয়নশ্বিপ লগতে ১৯ নং ডিফু বিধান সভা সমষ্টিৰ অন্তৰ্গত প্ৰতিযোগিতা খনি বৃহস্পতিবাৰে লাংহিন গৰৈমাৰী ষ্টেডিয়াম গ্ৰাউণ্ডত সফলতাৰে সামৰণি পৰে।
Read More...