অসম

ৰঙিয়াৰ কোঠৰাত বিনামূলীয়া স্বাস্থ্য শিবিৰ

ৰঙিয়াৰ সামাজিক,সাংস্কৃতিক অনুষ্ঠান সঙ্গীত গ্ৰুপ অৱ ক্ৰিয়েচন আৰু প্ৰয়াত ৰমেশ চন্দ্ৰ ভাগৱতী স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত কোঠোৰা উচ্চ মাধ্যমিক বিদ্যালয়ত   এখন বিনামূলীয়া হোমেওপেথিক চিকিৎসা...

গোগামুখ ৰামধেনু সংঘৰ উদ্যোগত গান্ধী জয়ন্তী উদ্‌যাপন

ধেমাজি জিলাৰ গোগামুখৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন ৰামধেনু সংঘৰ উদ্যোগত সমগ্ৰ দেশৰ লগতে গোগামুখতে জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ জন্মজয়ন্তী কালি উদ্‌যাপন কৰা হয় ৷...

মৰিগাঁৱৰ শ’লমাৰিত জিলা কৃষি বিজ্ঞান কেন্দ্রৰ দ্বাৰা পশুধনৰ চিকিৎসা শিবিৰ

 মৰিগাঁও জিলাৰ শ'লমাৰী দুদ্ধ উৎপাদক সমবায় সমিতিৰ গো পালক সকলক লৈ মৰিগাও জিলা কৃষি বিজ্ঞান কেন্দ্ৰই  যোৱা ১ অক্টোবৰত   শ'লমাৰীত এক চিকিৎসা  শিবিৰ অনুস্হিত...

লাহৰীঘাটৰ দুই যুৱকৰ ব্যতিক্ৰমী পদক্ষেপ

যিটো সময়ত মবাইলৰ দ্বাৰা চাইবাৰ ক্ৰাইম কৰি বিভিন্ন যুৱকে অপৰাধ কৰি আছে সেই সময়তে মৰিগাঁৱৰ লাহৰীঘাটৰ দুই ভাতৃয়ে নিজস্ব প্ৰচেষ্টাত তৈয়াৰ কৰি উলিয়ালে এটা...

ধুবুৰীত পুনৰ চোৰাং গৰুৰ গাড়ীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলিচালনা: জব্দ ৮ টা চোৰাং গৰু

ধুবুৰী জিলা ৰ মাজেদি বাংলাদেশ লৈ চোৰাং গৰুৰ বেহা বৰ্তমানে অব্যাহত আছে। ঘটনাৰ বিবৰণ মতে আৰ ক্ষী অধী ক্ষক জনায়, এক গোপন সূরা পম খেদি...

Popular