অসম

যুৱনেতা ময়ুৰ বৰগোহাঁইক নাজিৰাৰ অৰ্দ্ধশতাধিক দল সংগঠনৰ সম্বৰ্ধনা

ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ শিৱসাগৰ জিলাৰ নৱনিযুক্ত সভাপতি ময়ুৰ বৰগোহাঁইক নাজিৰাত প্ৰায় অৰ্দ্ধশতাধিক দল সংগঠনে সম্বৰ্ধনা জনায়। স্বেচ্ছাসেৱী সংগঠন আশ্ৰয়ৰ উদ্যোগত নাজিৰা মিলন...

বৃহত্তৰ চতিয়াৰ বালিজান পাতৰবস্তি খেলপথাৰত মুকলি ঝুমইৰ প্ৰতিযোগিতা

বিশ্বনাথ জিলাৰ চতিয়াস্থিত বালিজান পাতৰবস্তি খেলপথাৰত যোৱা ৰবিবাৰে 'হনুপাম-বালিজান ২নং টঙীয়াবাসী যুৱক-যুৱতীৰ উদ্যোগত ৫ম বাৰ্ষিক মুকলি ঝুমুইৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। পুৱাৰ ভাগত জাতীয় ধ্বজা...

বানপীড়িত অঞ্চলসমূহত অমিত শ্বাহৰ ‘দুৰ্যোগ মিত্ৰ যোজনা’

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে (অমিত শ্বাহ) আজি ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ (এনডিএমএ) ১৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদ্বোধন কৰে। এই বছৰৰ প্ৰতিষ্ঠা দিৱসৰ বিষয়বস্তু হৈছে...

আৱৰ্জনাৰ পাহাৰ সদৃশ নলবাৰীত এটা দুৰ্গন্ধময় অঞ্চল

নলবাৰী চহৰৰ উত্তৰ পাৰৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ এটা অঞ্চল। নলবাৰী গণেশ মন্দিৰৰ পৰা প্ৰায় দুই মিটাৰ মান নিলগৰ পাগলদিয়া নদীৰ কাষত থকা অঞ্চলটো...

ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চলিছে অৰাজকতা

ওদালগুৰি জিলাৰ পূব প্ৰান্তত অৱস্থিত মাজবাট বিধানসভা সমষ্টিৰ অন্যতম পৰিচিত ঠাই ওৰাং । এই ওৰাং অঞ্চলৰ কেইবাখনো গাঁওৰ ৰাইজৰ ভৰসা । প্ৰায়ে এই অঞ্চলৰ...

Popular