অসম

ৰহাৰ মহিমামণ্ডিত শ্ৰী শ্ৰী বামন গোঁহাই থানত পৰম্পৰাগত হোমপুৰা সবাহ : পুনৰ নিৰ্মান কৰা মূল কীৰ্ত্তন ঘৰ মুকলি

ৰহাত এখন পুৰণি মহিমামণ্ডিত থানত চলিছে  নাম প্ৰসংগ ।হৰি নাম কীৰ্ত্তনেৰে মুখৰিত হৈছে থান খনৰ চৌদিশ ।আহোমৰ ৰাজত্ব কালৰ আগতে কছাৰী সকলৰ অধীনত থকা...

দৰঙৰ ঐতিহাসিক পাথৰিঘাটত উপস্থিত বন্দৰ জল জাহাজ তথা আয়ুস মন্ত্রানলয়ৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল

দৰঙৰ ঐতিহাসিক পাথৰিঘাটত উপস্থিত হৈছে বন্দৰ জল জাহাজ তথা আয়ুস মন্ত্রানলয়ৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল।জিলাখনৰ ইতিহাস প্ৰসিদ্ধ পাথৰিঘাটত উপস্থিত হৈ সাতকুৰি শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন...

বাঘমাৰাত ভাদমহীয়া ভাগৱত পাঠৰ সামৰণি অনুষ্ঠান

নলবাৰী জিলাৰ  বাঘমাৰা গাঁৱৰ আলিকাষ চুবুৰী নামঘৰত আজি দিনযোৰা কাৰ্যসূচীৰে  ভাদমহীয়া ভাগৱত পাঠ,নাম সংকীৰ্তন,সম্বৰ্ধনা অনুষ্ঠান আদি অনুষ্ঠিত হয়। পবিত্ৰ ভাদ মাহ উপলক্ষে গোটেই ভাদ...

নলবাৰী চহৰলৈ আদৰণি তোৰণৰ আধাৰশিলা স্থাপন অনুষ্ঠান

নলবাৰী জিলাৰ প্ৰাণস্বৰূপ নলবাৰী চহৰলৈ প্ৰৱেশ কৰিবলৈ থকা ৰাষ্ট্ৰীয় ঘাইপথ গনেশ মন্দিৰ চকৰ পৰা চহৰলৈ থকা পথত কেইবা কৌটি টকাৰ ব্যায়সাপেক্ষে অভিলাসি তোৰন নিৰ্মানৰ...

সংৰক্ষণৰ অভাৱত ধ্বংসৰ দিশে বহু পৌৰাণিক সম্পদ

পৌৰাণিক কীৰ্তিচিহ্ন আৰু বিভিন্ন ঐতিহাসিক  সম্পদৰ ক্ষেত্ৰত অন্যতম চহকী হৈছে   গোলাঘাট জিলাৰ ধনশিৰি মহকুমা। সমগ্ৰ ধনশিৰি মহকুমাৰ বিভিন্ন ঠাইত এতিয়াও সিচৰিত আছে এটা জাতিৰ ...

Popular