অসম

দীৰ্ঘদিনৰ অন্তৰালত ছাত্ৰ-ছাত্ৰী সকলৰ মুখলৈ ঘূৰি আহিল হাঁহি

সোমবাৰে শিক্ষা বিভাগৰ আদৰ্শ মৰ্মে নিৰ্দিষ্ট SOP অনুযায়ী নগাঁও বেংগলী বালিকা বিদ্যালয়ৰ দশম শ্ৰেণীৰ পাঠদান আৰম্ভ । অনলাইন পাঠদান হৈ আছিল যদিও আজিৰ পৰা...

বোকাখাতৰ ৰাজহুৱা খেলপথাৰত ২২ছেপ্টেম্বৰত জ্বলিব গঁড়ৰ খৰ্গ

২২ ছেপ্টেম্বৰত ২৪৭৯টা গঁড়ৰ খৰ্গ দাহ কৰা হ'ব বোকাখাতত।বোকাখাতৰ ৰাজহুৱা খেলপথাৰত মুকলিকৈ জ্বলিব গঁড়ৰ খৰ্গ।এই কাৰ্যসূচীৰ বাবে বোকাখাতৰ ৰাজহুৱা খেলপথাৰত চলিছে ব্যাপক প্ৰস্তুতি।দাহন কাৰ্যৰ...

ৰেলৱেৰ সম্পত্তি ব্যক্তিকৰণৰ বিৰুদ্ধে গুৱাহাটী ৰেল ষ্টেচনত এন এফ ৰেলৱে এম্পলয়িজ ইউনিয়নৰ বিশাল প্ৰতিবাদী সমদল

ভাৰতীয় ৰেলৱেৰ শ্ৰমিক কৰ্মচাৰীৰ অধিকাৰৰ হকে মাত মাতি অহা অগ্ৰণী ট্ৰেড ইউনিয়ন "নেশ্যনেল ফেডাৰেচন অফ ইণ্ডিয়ান ৰেলৱেমেনছ" চমুকৈ এন এফ আই আৰএ  ৰেলৱেকে ধৰি...

ইটাখোলাৰ দিকৰাই চাহ বাগিচাত ‘কৰম পৰৱ’ পালন

বিশ্বনাথ জিলাৰ ইটাখোলাস্থিত দিকৰাই চাহ বাগিচাত চাহ জনগোষ্ঠীৰ অন্যতম লোক সংস্কৃতি 'কৰম পৰৱ' পালন কৰে। দিকৰাই চাহ বাগিচাৰ সমুহ ৰাইজৰ সৌজন্যত অনুষ্ঠিত কৰম পৰৱৰ...

নগৰবেৰাৰ টুপামাৰীত কদৰ্যময় পথে জ্বলাকলা খুৱাইছে ৰাইজক, কানসাৰ নাই জনপ্ৰতিনিধিৰ

 বকো সমষ্টিৰ ছমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত নগৰবেৰাৰ টুপামাৰীত আজিও সুগম হৈ নুঠিল যাতায়ত ব্যৱস্থা, বিধস্ত পথে আমুৱাইছে ৰাইজক। বৃহত্তৰ টুপামাৰী অঞ্চলৰ ব্যৱসায় বাণিজ্যৰ এক...

Popular