অসম

ডিব্ৰুগড়ৰ মাইজান, অকলেণ্ড ,নগাঘুলীত ভয়ঙ্কৰ গৰাখহনীয়া

তিনি কিলোমিটাৰ এলেকাত মহাবাহুৰ কালৰূপ মোহনবাৰী বিমানবন্দৰ, অসম চিকিৎসা মহাবিদ্যালয়কে ধৰি সমগ্ৰ ডিব্ৰুগড় চহৰলৈ কঢ়িয়াছে প্ৰচণ্ড ভাবুকি চাহ বাগিচাৰ পৰিবেষ্টিত অঞ্চলটোত খহনীয়া পৰিদৰ্শন অসম চাহ মজদুৰ...

দলগাঁৱৰ দুলিয়াপাৰাত মধ্যাহ্ন ভোজনৰ চাউল জব্দ আৰক্ষীৰ

পৰিচালনা সমিতিৰ সভানেত্ৰী-প্ৰধান শিক্ষকৰ বিৰূদ্ধে এজাহাৰ  দৰঙৰ দলগাওঁ শিয়ালমাৰী প্ৰাথমিক শিক্ষা খণ্ডৰ একাংশ  শিক্ষানুষ্ঠানত  চলিছে কেৱল দুৰ্নীতি আৰু কেলেংকাৰী । এনে দুৰ্নীতি কেলেংকাৰীৰ  অভিযোগ উত্থাপিত...

টেট শিক্ষক সন্দৰ্ভত কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত, কেবিনেটৰ সিদ্ধান্তত লা‍ভান্বিত হ’ব আত্মসহায়ক গোটসমূহো

আজি অনুষ্ঠিত কেবিনেট বৈঠকৰ পিছতে এক সংবাদ মেলৰ আয়োজন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। কেবিনেটত গ্ৰহণ কৰা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা সংবাদমেলত সদৰি কৰে মন্ত্ৰীগৰাকীয়ে। সংবাদমেলত...

জাক জাক বগলীৰ কাকলিৰে মূখৰিত জামুগুৰিহাট : জনবসতি পূৰ্ণ এলেকাত নিৰ্ভয়ে নিঃসংকোচে বিচৰণ

 শোণিতপুৰ জিলাৰ জামুগুৰিহাটত এতিয়া জাক জাক বগলীৰ কোলাহলৰ মূখৰিত হৈ থকা এক মনোমোহা দৃশ্য। যিটো সময়ত ক'ৰণা মহামাৰীক দোহাই দি দৰং জিলাৰ টংলাৰ পৌৰ...

ধুবুৰীৰ মায়াৰচৰতো প্ৰবল ভূমিকম্প

উজনি অসমৰ পিছত নামনি অসমৰ ধুবুৰীত আজি পূৱা ৮-৪৫ মিনিটত প্ৰবল ভূমিকম্প জোকাৰনি সংঘটিত হয় : এই ভূমিকম্পৰ ফলত বিলাসীপাৰাত ভাংগি পৰিল এটা ঘৰ...

Popular