অসম

জম্মুৰ পৰা উদ্ধাৰ হোজাইৰ মহিলা, ২৫ জুনত ভেকচিন কেন্দ্ৰলৈ যোৱাৰ সময়ত হৈছিল সন্ধানহীন

হোজাই জিলাৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত শিংগিৰপাৰ গাঁৱত যোৱা ২৫ জুন তাৰিখে সংঘটিত হৈছিল এক চাঞ্চল্যকৰ ঘটনা৷ ডবকাৰ শিংগিৰপাৰৰ  এগৰাকী বিবাহিতা মহিলা পিতৃগৃহৰ পৰা পুৱা...

গোলাঘাটত ক’ভিডে লৈছে ভয়ংকৰ ৰূপ : নিশা ক’ভিড পৰিস্থিতিৰ পৰ্যালোচনা স্বাস্থ্যমন্ত্ৰীৰ

গোলাঘাটত ৰোধ হোৱা নাই ক'ভিডৰ সংক্ৰমণ। দৈনিক বৃদ্ধি পোৱা ক'ভিড পৰিস্থিতিত ত্ৰস্তমান গোলাঘাটবাসী। কালি নতুনকৈ ৩২৩ জন ক'ভিড পজিটিভ চিনাক্ত হৈছে। ক'ভিডৰ দ্বিতীয় ঢৌত...

লাহৰীঘাটৰ ভেকচিন কেন্দ্ৰত উত্তেজনা

মৰিগাঁও জিলাৰ লাহৰীঘাট খন্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ  বোৱালগুৰি হাইস্কুল ভেকচিন কেন্দ্ৰত  যোৱা কালি স্বাস্হ্য কৰ্মী ছাইফুল ইছলামক কৰ্তব্যৰত অৱস্হাত ৬-৭ জনীয়া যুককৰ দল...

বিধায়ক হৈছোঁ বুলি সংগ্ৰাম এৰি দিয়া নাই। শিৱসাগৰলৈ যোৱাৰ বাটত অখিল গগৈৰ মন্তব্য

প্ৰায় ডেৰ বছৰ ধৰি কাৰাবন্দী হৈ থকাৰ পাছত অৱশেষত কাৰাবান্দী জীৱনৰ অৱসান ঘটাই  বৃহস্পতি বাৰে মুকলি আকাশৰ তললৈ আহিল শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ...

দৰঙৰ ডিটিঅ’ কুমাৰ সঞ্জীৱ কৃষ্ণক নিলম্বন

ৰাজপথত সুৰাপান কৰি উদ্ভণ্ডালি কৰা দৰঙৰ জিলা পৰিবহণ বিষয়া (ডি টি অ’) তথা আঞ্চলিক পৰিবহণ কর্তৃপক্ষৰ সচিব কুমাৰ সঞ্জীৱ কৃষ্ণক তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ নিলম্বন...

Popular