অসম

৪২ টাকৈ হত্যাকাণ্ডৰ মূল অভিযুক্ত কুখ্যাত অপৰাধী বুবু কোৱৰ সংঘৰ্ষত মৃত্যুৰ প্ৰতিক্ৰিয়া অব্যাহত : চাৰিদিনৰ পিছতো সন্ধান নাই আনজন অভিযুক্তৰ

বিগত সময়ত সমগ্ৰ ৰাজ্য কপাই তোলা ৪২ টাকৈ হত্যাকাণ্ডৰ মূল অভিযুক্ত কুখ্যাত অপৰাধী বুবু কোৱৰৰ এক সংঘৰ্ষত নাজিৰা মহকুমাৰ গেলেকী আৰক্ষীৰ গুলীত মৃত্যু হোৱা...

মুখত এমোকোৰা হাঁহি লৈ পুনৰ কাৰাৰুদ্ধ জীৱনলৈ অখিল গগৈ

এগৰাকী বিধায়ক হৈয়ো যাব নোৱাৰিলে নিজৰ সমষ্টিলৈ। কেৱল পত্নী-পুত্ৰ-মাতৃৰ সৈতে সময় কটাবলৈ ন্যায়ালয়ৰ অনুমতি লৈহে অতিবাহিত কৰিলে দুটা দিন। গণি গণি ৪৮ ঘণ্টা। কিন্তু সেই...

আজিৰে পৰা কাৰ্যকৰী হ’ব কোভিডৰ নতুন SOP

আজিৰে পৰা ৰাজ্যত কাৰ্যকৰী হ’ব কোভিডৰ নতুন SOP। এসপ্তাহৰ বাবে বাহাল থাকিব নতুন SOPৰ বিধিসূহ। শুকুৰবাৰে সংবাদমেল সম্বোধন কৰি এই কথা জনাইছিল স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। ৪খন...

BREAKING গুৱাহাটী ৰে’লৱে ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ ভাং

গুৱাহাটী ৰে’লৱে পুলিচে জব্দ কৰে ভাংখিনি ।৩গৰাকী মহিলাই ৰে’লত আহিছিল ভাংখিনি ।জব্দ কৰা ভাংখিনিৰ মূল্য প্ৰায় ১ লাখ টকা । মহিলাকেইগৰাকী সুনিতা দেৱী, অৰপিতা...

ডাইনী কু-সংস্কাৰ বিৰোধী আন্দোলনৰ নেত্ৰী বীৰুবালা ৰাভাৰ আশু আৰোগ্য কামনা

ডাইনী, অন্ধবিশ্বাস, কু-সংস্কাৰৰ বিৰুদ্ধে সততে মাত মাতি অহা নেত্ৰী বীৰুবালা ৰাভা বৰ্তমান ভিন ভিন ৰোগত আক্রান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত চিকিৎসাধীন হৈ আছে।...

Popular