June 28, 2021 BREAKING গুৱাহাটী ৰে’লৱে ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ ভাং Share FacebookTwitterWhatsAppTelegramKooEmail গুৱাহাটী ৰে’লৱে পুলিচে জব্দ কৰে ভাংখিনি ।৩গৰাকী মহিলাই ৰে’লত আহিছিল ভাংখিনি ।জব্দ কৰা ভাংখিনিৰ মূল্য প্ৰায় ১ লাখ টকা । মহিলাকেইগৰাকী সুনিতা দেৱী, অৰপিতা দেৱী আৰু কিৰণ দেৱী ,আগৰতলাৰ পৰা বিহাৰলৈ নিয়া হৈছিল ভাঙখিনি । Author: দৈনন্দিন বাৰ্তা Related Articles পুত্ৰৰ মৃত্যুৰ ন্যায় বিচাৰি জনতা ভৱনৰ সন্মুখত মাতৃৰ অৱস্থান দৈনন্দিন বাৰ্তা - August 25, 2026 কটন বিশ্ববিদ্যালয়ত গ্ৰন্থ উন্মোচনঃ অসমীয়া মাধ্যমৰ ছাত্ৰৰ ইংৰাজীত কাব্যপুথি উন্মোচন দৈনন্দিন বাৰ্তা - August 25, 2026 মেঘালয় শ্বিলং কাণ্ডৰ মাষ্টাৰ মাইণ্ড জেৰেমিয়া প’থমিক গ্ৰেপ্তাৰ দৈনন্দিন বাৰ্তা - August 25, 2026