অসম

জীয়া ভৰলী নদীৰ ব্যাপক খহনীয়া: নিশ্চিহ্ন হোৱাৰ পথত নামেৰী পিকনিকস্থলী ৷

শোণিতপুৰ জিলাৰ নদুৱাৰৰ অন্তৰ্গত ১নং বৰদিকৰাইত জীয়া ভৰলী নদীয়ে ব্যাপক খহনীয়াৰ সৃষ্টি কৰিছে ৷ নদীখনৰ খহনীয়াই নামেৰী পিকনিক স্থলীও সম্প্ৰতি নিশ্চিহ্ন হোৱাৰ পথত ৷...

চিকিৎসকক আক্ৰমণৰ ঘটনাৰ বিৰুদ্ধে ৰাজ্যজুৰি সৰৱ চিকিৎসক সমাজ

চিকিৎসকক আক্ৰমণৰ ঘটনাৰ বিৰুদ্ধে ৰাজ্যজুৰি সৰৱ চিকিৎসক সমাজ। হোজাই জিলাৰ ফুলতলি আদৰ্শ চিকিৎসালয়ৰ চিকিৎসক ডাঃ সেউজ কুমাৰ সেনাপতিক কৰা বৰ্বৰ আক্ৰমণৰ বিৰুদ্ধে আজি অসম...

নগাঁৱৰ কঠিয়াতলীৰ পাঁচটা স্থানক কণ্টেইনমেণ্ট জ’ন ঘোষণা প্ৰশাসনৰ

মহামাৰী কোৰোণাই সমগ্ৰ ৰাজ্যজুৰি এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁও জিলাতো এতিয়া কোভিড–১৯ৰ দ্বিতীয় লহৰে ত্ৰাসৰ সৃৃষ্টি কৰিছে।জিলাখনৰ কঠিয়াতলীৰ বিভিন্ন স্থানতো...

প্ৰধানমন্ত্ৰী মোদীক নতুন দিল্লীত সাক্ষাৎ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীক নতুন দিল্লীত সাক্ষাৎ কৰে। এই সৌজন্যমূলক সাক্ষাৎকালত অসমৰ বিভিন্ন সমস্যাসমূহৰ লগতে অসমৰ উন্নয়নৰ ক্ষেত্ৰত ৰাজ্য...

পথ দুৰ্ঘটনাত আহত গায়িকা নাহিদ আফ্ৰিনৰ পিতৃ-মাতৃ

ডেৰগাঁৱৰ সমীপৰ দাধৰাত মটৰ দুৰ্ঘটনাত আহত নাহিদ আফ্ৰিনৰ পিতৃ মাতৃ । চাকৰিসুত্ৰে অলপতে যোৰহাটলৈ বদলি হোৱাত নাহিদৰ পিতৃয়ে যোৱা ২৫ মে'ত যোৰহাটত যোগদান কৰিছিল...

Popular