অসম

অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অসম প্ৰশাসনিক সেৱাত সাধাৰণ পৰিয়ালৰ যুৱক ৰাকেশৰ সফলতা : নগাঁৱত আনন্দৰ বন্যা : স্বচ্ছ-নিকা নিযুক্তিৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জনালে পৰিয়ালৰ...

নগাঁও, ২৫ডিচেম্বৰ : সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অসম প্ৰশাসনিক সেৱাত ১০৩ নম্বৰ স্থানৰে উজ্বলিল নগাঁৱৰ ৰাকেশ কুমাৰ ঠাকুৰ। নগাঁও চহৰৰ হয়বৰ গাঁৱৰ ৰাকেশ...

গৰৈমাৰীৰ বাতাহিদিয়াত শৈক্ষিক সজাগতা সভা

সোণতলী, ২৫ ডিচেম্বৰ : দক্ষিণ কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত বাতাহিদিয়া চৰ আঞ্চলিক জাতীয় বিদ্যালয় প্ৰাংগনত আজি দিনযোৰা কাৰ্যসূচীৰে এখনি শৈক্ষিক সজাগতা সভা অনুষ্ঠিত...

৩০ ডিচেম্বৰত বিজুলী ভৱন ঘেৰাও কৰিব বিদুৎ বিভাগৰ অস্থায়ী কৰ্মচাৰীয়ে : চাকৰি নিয়মীয়াকৰণৰ দাবী

জামুগুৰিহাট, ২৫ডিচেম্বৰ : অসম শক্তি খণ্ডত অস্থায়ী ভাৱে কৰ্মৰত একাংশ কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ বাবে নিৰ্বাচিত হৈও আজি ১০ মাহে বিভাগে নিয়মীয়াকৰণ নকৰাৰ প্ৰতিবাদত অহা...

সংখ্যালঘু এলেকাৰ বিদ্যালয়ৰ নামৰ আগত ‘ডি’ শব্দ লগোৱাক লৈ ব্যাপক প্ৰতিক্ৰিয়া সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ম চমুকৈ আমছুৰ

হোজাই, ২৫ ডিচেম্বৰ : অসমৰ ভোটাৰ তালিতাত বহু সংখ্যক লোকৰ নামৰ পিছফালে  'ডি' অৰ্থাত সন্দেহজনক শব্দটো দেখিবলৈ পোৱা যায়। এইবাৰ কিন্তু নতুনকৈ...

কাইলৈ গুৱাহাটীত উপস্থিত হ’ব অমিত শ্বাহ : গুৱাহাটীৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয় আৰু আইন মহাবিদ্যালয়ৰ আধাৰশিলা

শনিবাৰে পুৱা ১১ বজাত গুৱাহাটীত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ । আমিন গাঁৱত ৮ হাজাৰ নামঘৰলৈ বিতৰণ কৰিব সাহায্য। গুৱাহাটী স্থাপন হ'বলগীয়া...

Popular