অসম

বেলতলা বজাৰ ঘটনা: প্ৰাণ হেৰুৱা অঞ্জু ৰংপিৰ পৰিয়ালক ৪ লাখ টকাৰ আৰ্থিক সহায় । Jayanta malla baruah

বেলতলা বজাৰ ঘটনা: প্ৰাণ হেৰুৱা অঞ্জু ৰংপিৰ পৰিয়ালক ৪ লাখ টকাৰ আৰ্থিক সহায় । Jayanta malla baruah

Sankor Jyoti Baruah: হেণ্ডকাফ আৰক্ষীয়ে লগালে, মুখ্যমন্ত্ৰীয়ে খোলালে!

ডিব্ৰুগড়(Sankor Jyoti Baruah)জিলাৰ দুলীয়াজানত সংঘটিত হ’ল দিন-দুপৰতে পেট্ৰ’ল পাম্পত বৃহৎ গুণ্ডাবাহিনীৰ আক্ৰমণৰ ঘটনা৷

Duliajan News: দুলীয়াজানৰ বি এন সিং পেট্ৰ’ল ডিপো বন্ধ কৰি দিলে প্ৰশাসনে

সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন(Duliajan News)সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক গেপ্তাৰ কৰাক লৈ দুলীয়াজানত উত্তাল প্ৰতিবাদ।

ACA Women’s Challenger Trophy: ২২ মে’ৰ পৰা হ’ব অসম ক্ৰিকেট সন্থাৰ এচিএ মহিলা চেলেঞ্জাৰ ট্ৰফীৰ খেল

অসম ক্ৰিকেট সন্থাই ৰাজ্যৰ শ্ৰেষ্ঠ(ACA Women's Challenger Trophy) মহিলা ক্ৰিকেট প্ৰতিভা প্ৰদৰ্শন হব পৰাকৈ অহা ২২ মে'ৰপৰা ৫০ অভাৰৰ এ চি এ উইমেনছ চেলেঞ্জাৰ ট্ৰফী প্ৰতিযোগিতা আয়োজনৰ কথা ঘোষণা কৰিছে ।

Sankor Jyoti Baruah: শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগোৱাৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত ক্ষোভ বিভিন্নজনৰ

আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰে ডিব্ৰুগড় আৰক্ষীয়ে সোমবাৰে।(Sankor Jyoti Baruah) দুলীয়াজান থানাত ৰুজু হোৱা গোচৰৰ সৈতে জড়িত আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰা হয়।

Popular