অসম

Assam Major Ranking Table Tennis: অসমৰ ১১ বছৰৰ অনূৰ্ধত চেম্পিয়ন গুৱাহাটীৰ জেনিছা বিপুল

গুৱাহাটীৰ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ পেডেলাৰ জেনিছা বিপুলে শিলচৰত দেওবাৰে সামৰি পৰা সদৌ অসম মেজৰ ৰেংকিং টেবুল টেনিছ প্ৰতিযোগিতাত (১১ বছৰৰ অনূৰ্ধত) চেম্পিয়ন খিতাপ অৰ্জন কৰে।(Assam Major Ranking Table Tennis)

Assamese Film: এখন বাস্তৱধৰ্মী ছবি ‘কেচটো নগেন’

অসমীয়া চিনেমা জগতৰ অন্যতম সংযোজন কেচটো নগেন!(Assamese Film) সম্প্রতি চৰ্চাত থকা বিষয়টোৱেই হৈছে নগেন কোন? কাৰণ নগেনক বিচাৰিয়েই হাবাথুৰি খাই আছে সকলোৱে।

Koliyabor News: কলিয়াবৰত ৰাজপথত অসহায় তেজপুৰৰ শম্ভু দাস

পত্নী আৰু দুই বিবাহিতি জীয়ৰী থকাৰ পিছতো শম্ভু দাসক নিজ পত্নীয়েই ঘৰৰ পৰা উলিয়াই পঠিয়াইছে। এই বক্তব্য নিজ ঘৰৰ পৰা বিস্তাৰিত শম্ভু দাসৰ। এক অসহনীয় ঘটনা।(Koliyabor News)

Himanta Biswa Sarma: সকলো ছাত্রীয়ে লাভ কৰিব নিযুত মইনা আঁচনিঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা

দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভৰ(Himanta Biswa Sarma)জৰিয়তে বহুকেইটা গুৰুত্বপূৰ্ণ কথা ঘোষণা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৰা গুৰুত্বপূৰ্ণ ঘোষণাকেইটা হ'ল-

Moloya Goswami: বিশিষ্ট অভিনেত্ৰী মলয়া গোস্বামীৰ জীৱন চানেকিৰ প্ৰতিফলন ঘটা ”দাপোণত মোৰ পৃথিৱী” শীৰ্ষক গ্ৰন্থ উন্মোচন

(Moloya Goswami) গণেশগুৰিস্থিত নেড্‌ফি হাউচ প্ৰেক্ষাগৃত বিশিষ্ট অভিনেত্ৰী মলয়া গোস্বামীৰ জীৱন চানেকিৰ প্ৰতিফলন ঘটা "দাপোণত মোৰ পৃথিৱী'' শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰা হয়৷

Popular