অসম

Classical Language of India: অসমীয়া ভাষা জগত সভালৈ যাব

কামৰূপা মোৰ সুৱদি সুৰীয়া অসমীয়া ভাষা জগত সভালৈ যাব, উজ্জ্বল সুজ্জল কহিনুৰ পিন্ধি হাঁহি জ্যোতিৰূপা হ'ব। জ্যোতিপ্ৰসাদ আগৰৱালাৰ এই কথাযেন চিৰযুগমীয়া হওক। অসমীয়া ভাষাক ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিলে। অসমীয়া হিচাপে আমি ভাৰতৰ কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ। অসমৰ অসমীয়া আৰু অসমীয়া ভাষাৰ(Classical Language of India) প্ৰতি আনুগত্য থকা প্ৰতিজন লোকেই এই স্বীকৃতিৰ বাবে আনন্দিত আৰু গৌৰৱান্বিত

Cyclone Dana: ওড়িশা উপকূলৰ দিশে আগবাঢ়িছে ডানা! বন্ধ কৰি দিয়া হৈছে বিমানবন্দৰ, বাতিল কৰা হৈছে ৰে’ল

ঘূৰ্ণীবতাহ ডানাক লৈ ভাৰতত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি। পশ্চিম বংগৰ পৰা ওড়িশালৈ হাই এলাৰ্ট জাৰি কৰিছে চৰকাৰে। বন্ধ কৰি দিয়া হৈছে বিমানবন্দৰ। বাতিল কৰা হৈছে ৰে'ল। যিকোনো দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলৈ সেনা, বিমান আৰু বিমানক সতৰ্ক কৰি দিয়া হৈছে।(Cyclone Dana)

Mission Basundhara 3.0 :মিছন বসুন্ধৰা ৩.০ জৰিয়তে ভূমিপট্টা আৰু ভূমি মালিকীস্বত্ব প্ৰদানৰ ক্ষেত্ৰত চৰকাৰৰ হঠকাৰী সিদ্ধান্তক তীব্ৰ সমালোচনা কোচ ৰাজবংশী জাতীয় পৰিষদৰ

শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মিছন বসুন্ধৰা ৩.০ জৰিয়তে ভূমিপট্টা আৰু ভূমি মালিকীস্বত্ব প্ৰদানৰ ক্ষেত্ৰত অনুসূচিত জনজাতি, অনুসূচিত জাতি, নেপালী (গোৰ্খা), চাহ জনগোষ্ঠী, প্ৰাক্তন চাহ জনগোষ্ঠী আৰু আদিবাসী সকলে তিনিটা প্ৰজন্ম ধৰি বসবাস কৰা প্ৰমাণিকৰণ নথি প্ৰদান কৰিব নলগাৰ বিপৰীতে আন আন জনগোষ্ঠী সমূহে তিনিটা প্ৰজন্মৰ প্ৰমাণিক নথি দিলেহে ভূমি মালিকীস্বত্ব লাভ কৰিব পাৰিব বুলি অধিসূচনা জাৰি কৰাৰ অসম চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তক তীব্ৰ সমালোচনা কৰিছে কোচ ৰাজবংশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক তথা আক্ৰাছুৰ প্ৰাক্তন সভাপতি বিশ্বজিৎ ৰায়ে। (Mission Basundhara 3.0 ) Basundhara

Bihali By Election 2024: বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰৰ মনোনয়ন দাখিল

ৰাজ্যিক সভাপতি ভৱেশ কলিতা, সাংসদ ৰঞ্জিত দত্ত, মন্ত্ৰী পিযূষ হাজৰিকা, সঞ্জয় কিষানৰ সংগদানেৰে বুধবাৰে প্ৰায় পাচ শহস্ৰাধিক বিজেপি নেতা-কৰ্মীক লগত লৈ বিহালী উপ-নিৰ্বাচনৰ (Bihali By Election 2024) বিজেপি দলৰ মনোনীত প্ৰাৰ্থী দিগন্ত ঘাটৈৱাৰে মনোনয়ন দাখিল কৰে।

BTR Pramod Boro: বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে ফকিৰাগ্ৰাম মডেল হস্পিটেল উদ্বোধন

বিটিআৰ চিইএম প্ৰমোদ বড়োৱে আজি মেনাৰতালত ফকিৰাগ্ৰাম মডেল চিকিৎসালয় আনুষ্ঠানিকভাৱে উদ্বোধন কৰে, এই চিকিৎসালয় খনে অঞ্চলটোৰ চিকিৎসা ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব। বড়োলেণ্ড টেৰিটৰিয়েল অঞ্চলৰ সকলো নাগৰিকৰ বাবে সহজ, সুলভ, উচ্চ মানদণ্ডৰ স্বাস্থ্যসেৱা প্ৰদান কৰাৰ বাবে । (BTR Pramod Boro)

Popular