Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
অসম
খুচি কাশ্যপলৈ এন চি চিৰ ২০২৬ -২৭ বৰ্ষৰ বীৰ চিলাৰায় বঁটা
অৱশেষত নগাঁও জিলা আয়ুক্ত দেৱাশিস শৰ্মাৰ স্বেচ্ছামূলক অৱসৰ গ্ৰহণ
অসম ভলীবল মিছন-১০০ৰ বৰ্ষপৃৰ্তি অনুষ্ঠান…
Hargila । জাৰ্মানীত ড: পূৰ্ণিমা দেৱী বৰ্মনৰ পৰিৱেশ কৰ্মশালাত অসমৰ হৰগিলাৰ বেবী শ্বাৱাৰ অনুষ্ঠান
ৰাষ্ট্ৰীয়
দৈনন্দিন বাৰ্তা
-
October 19, 2024
অসমৰ প্ৰখ্যাত সংৰক্ষণবিদ তথা হুইটলী স্বৰ্ণ বঁটা বিজয়ী ড: পূৰ্ণিমা দেৱী বৰ্মনে জাৰ্মানীৰউইলহেলমা জুলজিকেল এণ্ড বটানিকেল গাৰ্ডেনত ২০ জন সংৰক্ষণমুখী যুৱক-যুৱতী, চিৰিয়াখানা ৰক্ষক আৰু মালিকৰ বাবে আয়োজিত এই অনুষ্ঠানত শিক্ষা, শিল্প আৰু পৰিৱেশ সজাগতাৰ এক অনন্য ৰূপত সংমিশ্ৰণ ঘটিছিল। ড: পূৰ্ণিমা দেৱী বৰ্মনে অংশগ্ৰহণকাৰী সকলক অসমৰ চহকী জৈৱ বৈচিত্ৰ্যৰ সৈতে পৰিচয় কৰাই দি অধিৱেশনৰ আৰম্ভণি কৰে, বিশেষকৈ বিৰল বৃহত্তৰ এডজুটেণ্ট ষ্টৰ্ক (হাৰগিলা)কে ধৰি বিভিন্ন প্ৰজাতিৰ ষ্টৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰে।(Hargila) (Germany)
Tai Ahom Community : তাই আহোম জনগোষ্ঠীক জনজাতিৰ মৰ্যদা আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীত প্ৰতিবাদ
অসম
দৈনন্দিন বাৰ্তা
-
October 19, 2024
টাই আহোম জনগোষ্ঠীক জনজাতিৰ মৰ্যদা আৰু স্বায়ত্ব শাসনৰ প্ৰদানৰ দাবীত জনগোষ্ঠীটোৰ চাৰিটাকৈ শক্তিশালী সংগঠন টাই আহোম যুৱ পৰিষদ, অসম চমুকৈ টাইপা, সদৌ টাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছু, আহোম সভা আৰু আহোম সেনাই এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। দীৰ্ঘদিন ধৰি জনজাতিকৰণৰ নামত বিজেপি নেতৃত্বাধীন ৰাজ্য আৰু কেন্দ্ৰৰ দুয়োখন চৰকাৰে বাৰে বাৰে প্ৰতাৰণা কৰি আহিছে। (Tai Ahom Community )
AAP support teachers agitation: শিক্ষকৰ আন্দোলনৰ প্ৰতি ‘আপ’ৰ সমৰ্থন
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 19, 2024
অনা শৈক্ষিক কামত শিক্ষকক জড়িত কৰাৰ বিৰুদ্ধে আপ। শিক্ষকৰ আন্দোলনৰ প্ৰতি 'আপ'ৰ সমৰ্থন।(AAP support teachers agitation)
Zubeen Garg: হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ হ’ব নতুন ঠিকনা! কাহিলীপাৰাত নাথাকে আৰু কণ্ঠশিল্পীগৰাকী
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 19, 2024
নতুনকৈ সপোনৰ এখন ঘৰ সাজিছে জুবিন-গৰিমাই। এটা অুষ্ঠানত গীত পৰিৱেশনৰ মাজতে হঠাৎ জুবিন গাৰ্গে অনুৰাগীক উদ্দেশ্যি ক’লে ‘মই নতুনকৈ ঘৰ বনালো। মই আৰু কাহিলীপাৰাত নাথাকো।
Kaziranga National Park: মুকলিৰ দুসপ্তাহতে কাজিৰঙাত অভিলেখ সংখ্যক পৰ্যটক, ২৪ লক্ষাধিক টকা ৰাজহ সংগ্ৰহ
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 19, 2024
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলিৰ মাত্ৰ দুসপ্তাহতে ১১ হাজাৰ পৰ্যটকে ভ্ৰমণ কৰাৰ পৰিপ্ৰেক্ষিতত বনবিভাগে ৰাজহ হিচাপে সংগ্ৰহ কৰিছে ২৪ লক্ষাধিক টকা৷(Kaziranga National Park)
1
...
451
452
453
...
3,100
Page 452 of 3,100
Popular
পূৱ বংশৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা জোনালী মালাকাৰৰ পি,এইচ,ডি লাভ
দৈনন্দিন বাৰ্তা
-
September 4, 2026