Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
অসম
খুচি কাশ্যপলৈ এন চি চিৰ ২০২৬ -২৭ বৰ্ষৰ বীৰ চিলাৰায় বঁটা
অৱশেষত নগাঁও জিলা আয়ুক্ত দেৱাশিস শৰ্মাৰ স্বেচ্ছামূলক অৱসৰ গ্ৰহণ
অসম ভলীবল মিছন-১০০ৰ বৰ্ষপৃৰ্তি অনুষ্ঠান…
Lakshmi Puja 2024: আজি লক্ষ্মী পূজা, জানো আহক আজিৰ দিনটোৰ মহত্ত্ব
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 16, 2024
লক্ষ্মী পূজাৰ এই শুভ দিনটো ধন-সম্পত্তি আৰু সমৃদ্ধিৰ আৰাধ্য দেৱী লক্ষ্মীৰ বাবে উৎসৰ্গা কৰা হয়(Lakshmi Puja 2024) । আজিৰ দিনটোত ভক্তসকলে দেৱী লক্ষ্মীৰ ব্ৰত পালন কৰি উপবাসত থাকে আৰু নিশাটো মা লক্ষ্মীৰ আৰাধনা কৰে ।
Wild Elephants attack । বন্যহস্তীৰ আক্ৰমণ !
অসম
দৈনন্দিন বাৰ্তা
-
October 16, 2024
পশ্চিম কাৰ্বি আংলংৰ হাৱাইপুৰ জিৰিবাছা নেপালী গাওঁৰ ৰাজপথত পূৱা প্ৰায় ৪মান বজাত এটি প্ৰকাণ্ড সাৰ গৰুক বন্যহস্থীৰ জাকে আক্ৰমণ কৰাৰ ফলত থিতাতে নিহত হয় সাৰ গৰু। জিলাখনত বন্যহস্তীৰ উপদ্ৰৱ অব্যাহত,হাতী মানুহ সংঘাতৰ পিছত এইবাৰ হাতী জাক আৰু সাৰ গৰুৰে সতে সংঘাত ৷ইফালে গভীৰ নিদ্ৰাত অসম চৰকাৰৰ বিয়াগুম বনবিভাগ। (Wild Elephants attack)
Assam By-Elections: ১৩ নৱেম্বৰত অসমৰ ৫ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 15, 2024
দুখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ লগতে দেশৰ ৪৮ টা বিধানসভা আৰু দুটা লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা(Assam By-Elections) ।
Diwali: দীপাৱলীৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে লাভ কৰিব পাৰে সুখবৰ,৩ শতাংশ ডি এ বৃদ্ধি পোৱাৰ সম্ভাৱনা
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 15, 2024
Diwali। দীপাৱলীৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে লাভ কৰিব পাৰে সুখবৰ। চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ডিয়াৰনেছ এলাৱেন্স (ডি এ) ৩ শতাংশ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। আগন্তুক কেবিনেট বৈঠকতে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা থকা বুলি জানিব পৰা গৈছে। বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে ৩১ অক্টোবৰৰ আশে-পাশে দীপাৱলী উদযাপনৰ লগত সংগতি ৰাখি ডিএ বৃদ্ধিৰ আনুষ্ঠানিক ঘোষণা কৰাৰ সম্ভাৱনা আছে।
Maharashtra and Jharkhand Assembly Elections: আজি ঘোষণা হ’ব মহাৰাষ্ট্ৰ-ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ সময়সূচী
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 15, 2024
মঙলবাৰে নিৰ্বাচন আয়োগে মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিব(Maharashtra and Jharkhand Assembly Elections) । তাৰোপৰি নিৰ্বাচন আয়োগে বহুকেইখন ৰাজ্যত হ'বলগা উপ-নিৰ্বাচনৰো দিন ঘোষণা কৰিব পাৰে ।
1
...
455
456
457
...
3,100
Page 456 of 3,100
Popular
পূৱ বংশৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা জোনালী মালাকাৰৰ পি,এইচ,ডি লাভ
দৈনন্দিন বাৰ্তা
-
September 4, 2026