Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
অসম
খুচি কাশ্যপলৈ এন চি চিৰ ২০২৬ -২৭ বৰ্ষৰ বীৰ চিলাৰায় বঁটা
অৱশেষত নগাঁও জিলা আয়ুক্ত দেৱাশিস শৰ্মাৰ স্বেচ্ছামূলক অৱসৰ গ্ৰহণ
অসম ভলীবল মিছন-১০০ৰ বৰ্ষপৃৰ্তি অনুষ্ঠান…
Assam Jatiya Parishad: উচ্চতম ন্যায়ালয়ৰ ৰায়ক আদৰণি জনাই অসম জাতীয় পৰিষদৰ বক্তব্য ‘কা’ বাতিল কৰাটো চৰকাৰৰ জাতীয় দায়িত্ব; বিদেশী চিনাক্ত-বহিষ্কৰণৰ লওক পদক্ষেপ’
অসম
দৈনন্দিন বাৰ্তা
-
October 17, 2024
নাগৰিকত্ব আইনৰ ৬ক ধাৰাক সাংবিধানিক বৈধতা প্ৰদান কৰি আজি ভাৰতৰ উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ৰায়ক আদৰণি জনাইছে অসম জাতীয় পৰিষদে। দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক প্ৰেছ বিজ্ঞপ্তিযোগে উচ্চতম ন্যায়ালয়ৰ ৰায়ক বাস্তৱমুখী, সময়োপযোগী আৰু দূৰদৰ্শী আখ্যায়িত কৰে। (Assam Jatiya Parishad)
NRC Base Year : উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান’৫১ নহয়, ১৯৭১ চন বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ; উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 17, 2024
বিদেশী নাগৰিকৰ চিনাক্তকৰণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায় । ১৯৫১ নহয়, ১৯৭১ চনৰ ২৫ মাৰ্চ হ'ব বিদেশী নাগৰিক চিনাক্তকৰণৰ ভিত্তিবৰ্ষ । উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠৰ এই গুৰুত্বপূৰ্ণ ৰায় । '৫১ নহয়, ১৯৭১ চন বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ; উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায় ।(NRC Base Year)
Foreigners’ identification in Assam: ৫১ নহয়, ৭১ চনেই হ’ব বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ; সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 17, 2024
অসমত বিদেশী নাগৰিকৰ চিনাক্তকৰণৰ ভিত্তিবৰ্ষ সন্দৰ্ভত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান(Foreigners' identification in Assam) । ১৯৫১ নহয়, ১৯৭১ চনেই হ’ব বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ৷
Significance of Kati Bihu: জানো আহক কাতি বিহুৰ তাৎপৰ্য
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 17, 2024
বুৰঞ্জীয়ে ঢুকি নোপোৱা দিনৰে পৰা অসমীয়া লোক সমাজে পালন কৰি আহিছে কাতি বিহু । এই বিহুৰ সৈতে সাঙোৰ খাই আছে আমাৰ জাতীয় কৃষ্টি-সংস্কৃতিকে ধৰি বিভিন্ন পৰম্পৰা(Significance of Kati Bihu) ।
AAP। জীৱন দায়িনী ঔষধৰ মূল্যবৃদ্ধিৰ বিৰোধিতা ‘আপ’ৰ
অসম
দৈনন্দিন বাৰ্তা
-
October 16, 2024
" অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি তথা মুদ্ৰাস্ফীতিৰ হাৰ বৃদ্ধিৰ প্ৰকোপৰ মাজতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জীৱন দায়িনী ঔষধৰ দাম বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰৰ এনে জনবিৰোধী সিদ্ধান্তই নিম্ন আয়ৰ ৰোগীৰ জীয়াই থকাৰ অধিকাৰ কাঢ়ি ল'ব। যি সময়ত বিজেপি নেতৃত্বাধীন চৰকাৰে ৰাজ্যৰ চৰকাৰী চিকিৎসালয় সমূহত বিনামূলীয়া ঔষধ যোগান দিয়াত ব্যৰ্থ হৈছে সেই সময়ত চৰকাৰে ৮ বিধ অতি প্ৰয়োজনীয় ঔষধৰ দাম ৫০ শতাংশলৈ বৃদ্ধি কৰি জনসাধাৰণৰ বাবে আতংক সৃষ্টি কৰিছে। (AAP)
1
...
454
455
456
...
3,100
Page 455 of 3,100
Popular
পূৱ বংশৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা জোনালী মালাকাৰৰ পি,এইচ,ডি লাভ
দৈনন্দিন বাৰ্তা
-
September 4, 2026