Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
অসম
খুচি কাশ্যপলৈ এন চি চিৰ ২০২৬ -২৭ বৰ্ষৰ বীৰ চিলাৰায় বঁটা
অৱশেষত নগাঁও জিলা আয়ুক্ত দেৱাশিস শৰ্মাৰ স্বেচ্ছামূলক অৱসৰ গ্ৰহণ
অসম ভলীবল মিছন-১০০ৰ বৰ্ষপৃৰ্তি অনুষ্ঠান…
Ratan Tata: Assam: অসমৰ সৈতে আছিল টাটাৰ সুসম্পৰ্ক
অসম
দৈনন্দিন বাৰ্তা
-
October 11, 2024
গুৱাহাটী,১০ অক্টোবৰ:Ratan Tata: Assam:অসমৰ সৈতে ৰতন টাটাৰ আছিল এক সু সম্পৰ্ক। চাহ উদ্যোগৰ পৰা ২৭,০০০ কোটিটকীয়া ছেমিকণ্ডাক্টৰ উদ্যোগলৈ, পৰ্যটন উদ্যোগৰ পৰা কেঞ্চাৰ কেয়াৰ হাস্পতাললৈ আগবঢ়াইছে অৱদান। টাটা আৰু অসম চৰকাৰৰ যৌথ উদ্যোগত অসমত মুঠ ১৯ খন কেঞ্চাৰ হাস্পতাল পৰ্যায়ক্ৰমে স্থাপনৰ বাবে ২০১৮ চনত টাটা ন্যাসে অসম চৰকাৰৰ সৈতে চুক্তি স্বাক্ষৰিত কৰিছিল । (Assam)
Ratan Tata।Assam।অসমৰ সৈতে ৰতন টাটাৰ কেনেকুৱা সু সম্পৰ্ক !
অসম
দৈনন্দিন বাৰ্তা
-
October 10, 2024
Ratan Tata।Assam। টাটাৰ বিয়োগত সমগ্ৰ দেশৰ লগতে অসমতো পৰিছে শোকৰ ছাঁ। অসমৰ সৈতে ৰতন টাটাৰ আছিল এক সু সম্পৰ্ক। চাহ উদ্যোগৰ পৰা ২৭,০০০ কোটিটকীয়া ছেমিকণ্ডাক্টৰ উদ্যোগলৈ, পৰ্যটন উদ্যোগৰ পৰা কেঞ্চাৰ কেয়াৰ হাস্পতাললৈ আগবঢ়াইছে অৱদান।টাটা আৰু অসম চৰকাৰৰ যৌথ উদ্যোগত অসমত মুঠ ১৯ খন কেঞ্চাৰ হাস্পতাল পৰ্যায়ক্ৰমে স্থাপনৰ বাবে ২০১৮ চনত টাটা ন্যাসে অসম চৰকাৰৰ সৈতে চুক্তি স্বাক্ষৰিত কৰিছিল ।
70th National Film Awards: বিৰুবালা- ‘উইটচ’ টু পদ্মশ্ৰী-ৰ বাবে বিচাৰকৰ বিশেষ বঁটা গ্ৰহণ অভিনেত্ৰী আইমী বৰুৱাৰ
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 8, 2024
নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে শ্ৰেষ্ঠ চলচ্চিত্ৰ নিৰ্মাতা, অভিনেতা-অভিনেত্ৰীসকলক সন্মানিত কৰে । এই অনুষ্ঠানতে আইমী বৰুৱা প্ৰডাকচন ছ’চাইটীৰ প্ৰযোজনা আৰু আইমী বৰুৱাৰ পৰিচালনাত নিৰ্মিত বিৰুবালা- ‘উইটচ’ টু পদ্মশ্ৰী তথ্যচিত্ৰখনক বিচাৰকৰ বিশেষ বঁটা প্ৰদান কৰা হয় ।
Minister Bimal Bara stop the convoy:কনভয় ৰখাবলৈ নিৰ্দেশ দি গাড়ীৰপৰা নামি আহিল কিয় মন্ত্ৰী বিমল বড়াই !
দুৰ্ঘটনা
দৈনন্দিন বাৰ্তা
-
October 7, 2024
(Minister Bimal Bara)বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাই মানৱ সভ্যতাক উন্নতিৰ উচ্চ শিখৰলৈ নিছে যদিও মানৱীয় প্ৰমুল্যবোধ কৰবাত যেন হেৰাই যোৱাৰ অনুভৱ হয় ৷ মানৱীয় প্ৰমুল্যবোধ হেৰাই যোৱাৰ দুচিন্তাৰ মাজতে কেতিয়াবা কেতিয়াবা সমাজত দুই এক এনেধৰণৰ ইতিবাচক ঘটনা পৰিলক্ষিত হয় যিবোৰে মানুহৰ মন মগজুত পুনৰ মানৱীয় প্ৰুমুল্যবোধ জগাই তোলে ৷ ভূপেনদাৰ সেই কালজয়ী গীত- “মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে , ভাবিব কোনে কোৱা”প্ৰত্যকৰে মন মগজুত ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰে ৷ আৰু মানৱ সমাজে পুনৰ মানৱীয় প্ৰমুল্যবোধ জগাই তোলাৰ প্ৰয়াস কৰে ৷ (convoy)
Durga Puja 2024: দশভূজা দেৱী দুৰ্গা; জানক পূজাৰ ধৰ্মীয়, সাংস্কৃতিক আৰু আধ্যাত্মিক গুৰুত্ব
সাহিত্য সংস্কৃতি
দৈনন্দিন বাৰ্তা
-
October 7, 2024
(Durga Puja)হিন্দু ধৰ্মাৱলম্বীৰ মাজত প্ৰচলিত এটি বৃহত্তম আৰু উল্লেখযোগ্য উৎসৱ হ'ল দুৰ্গোৎসৱ বা দুৰ্গাপূজা। এই উৎসৱ ধৰ্মীয় আৰু সামাজিক উৎসৱ । শক্তিৰ উপাসনা হিন্দু ধৰ্মৰ এক অবিচ্ছেদ্য অঙ্গ। এই অৱধৰণাটো বেদৰ বুকুতে পোখা মেলে। পুৰাণৰ যুগত বেদৰ দেৱীয়ে স্বৰূপ লাভ কৰে। শক্তিবাদে সৃষ্টিৰ আদিশক্তিক বা আদ্যশক্তিক পৰম সুন্দৰী প্ৰকৃতি ৰূপত কল্পনা কৰি আহিছে। এই আদ্যশক্তিয়ে বিশ্বব্ৰহ্মাণ্ড স্ৰজন কৰিছে। তেওঁকে ব্ৰহ্মা,বিষ্ণু, আৰু মহেশ্বৰৰো জন্মদাত্ৰী বুলিও ভবা হয় আৰু আদ্যশক্তিয়ে হ'ল মা দুৰ্গা। মা দুৰ্গা নাৰী শক্তিৰ প্ৰতীক। তেঁওৰ অনেক ৰূপৰ ভিতৰত দেৱী দুৰ্গা প্ৰধান।
1
...
459
460
461
...
3,100
Page 460 of 3,100
Popular
পূৱ বংশৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা জোনালী মালাকাৰৰ পি,এইচ,ডি লাভ
দৈনন্দিন বাৰ্তা
-
September 4, 2026