অসম

Football League : মৰিগাঁও “এ” ডিভিজন ফুটবল লীগত নৱজ্যোতি ক্লাৱ চেম্পিয়ন

Football League : দৈনন্দিন বাৰ্তাৰ সেৱা, মৰিগাঁও, ১৩ অক্টোবৰ : মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ ১০টা শক্তিশালী ফুটবল দলৰ অংশগ্ৰহণৰে মৰিগাঁও জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত কৰ্মপ্ৰাণ ক্ষীৰোদ বৰুৱা স্টেডিয়ামত বিপুল সংখ্যক ফুটবল প্ৰেমী ৰাইজৰ ব্যাপক উৎসাহ উদ্দীপনাৰ মাজেৰে অনুষ্ঠিত হৈ থকা গুনেমাই বৰা আৰু ছাজিৰা বেগম সোঁৱৰণী প্ৰাইজমাণী “এ” ডিভিজন ফুটবল লীগ প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত তীব্ৰ প্ৰতিদণ্ডিতামূলক ফাইনেল খেলখনত মৰিগাঁও নৱজ্যোতি ক্লাৱে ২-০ গ’লৰ ব্যৱধানত ব’লব’ম ফুটবল ক্লাৱক পৰাভূত কৰি চেম্পিয়নৰ খিতাপ ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে দখল কৰিছে৷

Dr. Purnima Devi Burman : ইউৰোপীয়ান‌ এচ’চিয়েচন অফ জু‌ এণ্ড একুৰিয়েমচ্ৰ জাৰ্মানী সন্মিলনত হাড়গিলা বাইদেউ ড° পূৰ্ণিমা দেৱী বৰ্মন

Dr. Purnima Devi Burman: ইউৰোপীয়ান‌ এচ'চিয়েচন অফ জু‌ এণ্ড একুৰিয়েমচ্ৰ জাৰ্মানী সন্মিলনত হাড়গিলা বাইদেউ ড° পূৰ্ণিমা দেৱী বৰ্মনইউৰোপীয়ান এচ'চিয়েচন অফ জু‌ এণ্ড একুৰিয়েমচ্ (European Association of Zoos and Aquariums Conference- EAZA)

Guru Avirbhav Mahotsav in Kaliabor: কলিয়াবৰ জিলা সত্ৰ মহাসভাৰ গুৰুজয়ন্তী মহোৎসৱত মন্ত্ৰী কেশৱ মহন্ত

"সত্ৰীয়া কৃষ্টি-সংস্কৃতিক আগবঢ়াই লৈ যোৱা সকলো পদক্ষেপতে কলিয়াবৰীয়া এগৰাকী সত্ৰীয়া হিচাপে যৎপৰোনাস্তি সহায়-সহযোগিতাৰে সেৱা ধৰি যাব।" এই বক্তব্য অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তৰ(Keshab Mahanta in Guru Avirbhav Mahotsav in Kaliabor)।

Golden Langur Conservation: হলৌ বান্দৰ সংৰক্ষণৰ বাবে ৰাজাপাৰা আঞ্চলিক জনজাতীয় যুৱ সংঘৰ সুন্দৰ প্ৰয়াস

দুষ্প্ৰাপ্য হলৌ বান্দৰ সংৰক্ষণৰ বাবে ৰাজাপাৰা আঞ্চলিক যুৱ সংঘৰ উদ্যোগ । চানডুবিৰ জৈৱ-বৈচিত্ৰৰে সমৃদ্ধ অঞ্চলটোত হলৌ বান্দৰৰ প্ৰাকৃতিক বাসস্থান সংৰক্ষণৰ বাবে সকলোৰে মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে জনজাতীয় যুৱ সংঘৰ উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ(Golden Langur Conservation) ।

BJP MLA Manab Deka Brother Suicide: ঘৰৰ ভিতৰতে চিপ লোৱা অৱস্থাত উদ্ধাৰ লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ ভাতৃৰ মৃতদেহ

শনিবাৰে নিশা লখিমপুৰ বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰা বিজেপি বিধায়ক মানৱ ডেকাৰ ভাতৃ কল্যাণ ডেকাই বাছি ললে চৰম পন্থা(BJP MLA Manab Deka Brother Suicide) । বিগত পাঁচবছৰ মানৰ পৰা তেওঁ 'বাইপোলাৰ ডিজৰদাৰ' (Bipolar disorder) নামৰ এক মানসিক ৰোগত আক্ৰান্ত হৈ আছিল বুলি জানিব পৰা গৈছে ।

Popular