অসম

Pobitora:পবিতৰা অভয়াৰণ্য পৰ্যটকৰ বাবে আনুষ্ঠানিক ভাবে মুকলি

দেশী বিদেশী পৰ্যটকৰ আকৰ্ষণস্থলী পবিতৰা অভয়াৰণ্য দৰ্শনৰ বাবে আনুষ্ঠানিক ভাবে মুকলি কৰা হ'ল পবিতৰা অভয়াৰণ্য । দিনৰ ১০.৩০ বজাত পবিতৰা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ সমীপতে ফিটা কাটি ২০২৪-২০২৫ পৰ্যটন বৰ্ষৰ বাবে অভয়াৰণ্যৰ দ্বাৰ আনুষ্ঠানিক ভাবে মুকলি কৰে অসম চৰকাৰৰ বন আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। (Pobitora)

Chutia Students Union । বিভিন্ন কাৰণত ৰাজ্যজুৰি ওলাই আহিল চুতীয়া ছাত্ৰ সন্থাৰ সদস্যসকল

অসমৰ প্ৰাচীন ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান, স্বায়ত্বশাসিত পৰিষদ (autonomous council)গঠন আৰু ঐতিহাসিক চুতীয়া ৰাজ্যৰ প্ৰাচীন কীৰ্তিচিহ্নসমূহৰ সংৰক্ষণ, সৌন্দৰ্যবৰ্ধনৰ দাবীত আজি তিতাবৰ নগৰৰ মাজমজিয়াত প্ৰতিকৃতি দাহ কাৰ্যসূচী ৰূপায়ন কৰে সদৌ যোৰহাট জিলা চুতীয়া ছাত্ৰ সন্থাই (Chutia Students Union)।

Classical Language Status: অসমীয়া ভাষাক প্ৰদান কৰা ধ্ৰুপদী ভাষাৰ স্বীকৃতিক উদযাপনৰ উদ্দেশ্যে ৰাজ্যত ভাষা গৌৰৱ সপ্তাহৰ আয়োজন

আগন্তুক ৩ নৱেম্বৰৰ পৰা ৯ নৱেম্বৰলৈকে অসম চৰকাৰৰ উদ্যোগত উদযাপন কৰা হ'ব ভাষা গৌৰৱ সপ্তাহ(Bhasha Gaurav Saptah) ৷লগতে অসমীয়া ভাষাক সমৃদ্ধ কৰা লেখক-পণ্ডিতসকলকো জনোৱা হ’ব শ্ৰদ্ধা ৷অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিয়াৰ পাছতে(Classical Language Status) ৰাজ্য চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে ।

Earthquake in Assam : অসমত ভূমিকম্পৰ জোকাৰণি

গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি আজি পুৱা ৭ বাজি ৪৭ মিনিট ৩৩ ছেকেণ্ডত প্ৰায় ১৬ ছেকেণ্ড সময়ৰ বাবে অনুভূত হোৱা ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্রাৱল্যৰ পৰিমাণ আছিল ৪.২ কম্পনাংক। (Guwahati) আনহাতে, ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল ওদালগুৰি জিলাৰ ১৫ কিলোমিটাৰ গভীৰতাত। অৱশ্যে মজলীয়া প্ৰাৱল্যৰ ভূমিকম্পটোৰ ফলত বৰ্তমানলৈ কতো ক্ষয় ক্ষতি হোৱাৰ বাতৰি অহা নাই।

Mahapurush Sri Srimanta Sankardev: গুৰুজনাৰ জন্মভূমিত ৫৭৬ জয়ন্তী উৎসৱত হৰি নামৰে মুখৰিত বটদ্ৰৱাৰ আকাশ বতাহ

Mahapurush Sri Srimanta Sankardev: দৈনন্দিন বাৰ্তা সেৱা, বটদ্ৰৱা, ১৩ অক্টোৱৰ: অসমীয়া জাতীয় জীৱনৰ মহানায়ক জগতগুৰু শংকৰদেৱৰ ৫৭৬ সংখ্যক জন্ম জয়ন্তী উৎসৱৰ প্ৰথম দিনটোতে এক বৰ্নিল সাংস্কৃতিক শোভাযাত্রাই শনিবাৰে জিলিকিাই তুলিলে সমগ্ৰ বটদ্ৰৱা অঞ্চল৷

Popular