Breaking

Browsing Category

অসম

স্বামীহাৰা মহিলা আদৰ্শৰ প্ৰতীক চাৰিদুৱাৰৰ কাবেৰী বৰা।

সমাজত কামৰ কোনো লাজ নাই ৷সৰু কাম বুলিও কোনো কথা নাই ৷মাথো মনত লাগে অফুৰন্ত শক্তি সাহস ৷ এই শক্তি সাহসৰ জৰিয়তে পৃথিৱী যিকোনো কাম সহজ কৰি লব পাৰি ৷ আৰু তাকেই যেন এতিয়া প্ৰমাণ কৰি দেখুৱাইছে শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ ভকত গাওঁৰ কাবেৰী বৰাই ৷
Read More...

চিচিবৰগাঁৱত অনুষ্ঠিত ১৫ দিনীয়া বিহু আখৰা সফলতাৰে সামৰণি

চিচিবৰগাঁৱৰ চৌখামটিং গাঁৱৰ বিহুৱা সমাজৰ উদ্যোগত আৰু লোককৃষ্টি অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰ চিচিবৰগাঁৱৰ সহযোগত চৌখামটিং গাঁৱৰ বীৰাংগনা সতী সাধনী স্মৃতি ভৱনত ১৬ মাৰ্চৰ পৰা অনুষ্ঠিত হোৱা বিহুনাম, হুঁচৰি, বিহুনাচ আৰু বিহু বাদ্যৰ আখৰাৰ আজি সফলতাৰে
Read More...

বিলাসীপাৰাৰ সাপটগ্ৰামত থানাৰ দালালৰ বিৰুদ্ধে শতাধিক মহিলাৰ তীব্ৰ প্ৰতিবাদ।

সাপটগ্ৰাম থানাত দালালৰাঁজ বন্ধ নহলে মহিলা সকলে তেওঁলোকৰ আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ।হয় আপুনি যি শুনিছে ঠিকেই শুনিছে।থানাত দালালৰাঁজ বন্ধ নহলে আমি আমাৰ আন্দোলন অব্যাহত ৰাখিম।থানাত দালালৰাঁজ চলি থাকিলে আমি কেতিয়াও ন্যায় নাপাম।এজন পুৰুষে
Read More...

চিৰাঙত দুটাকৈ অঞ্চলত চাঞ্চল্যৰ ডকাইতি,পিষ্টল দেখুৱাই লুটি নিলে ছয় লাখ টকা

চিৰাং জিলাৰ বিজনী মহকুমাৰ ভাৰত ভূটান সীমান্তৰ কয়লা ময়লা উপ আৰক্ষী চকীৰ অধীনৰ মালিভিটা ভি চি ডি চিৰ অন্তৰ্গত দুটাকৈ স্থানত কালি নিশা ডকাইতিৰ ঘটনা সংঘটিত হোৱাৰ ফলত জিলাখনৰ ভিতৰুৱা অঞ্চলত জনসাধাৰণৰ মাজত বিৰাজ কৰিছে শংকা ৷ উল্লেখযোগ্য যে,
Read More...

কাৰ সৈতে লং ড্রাইভত গৈছে সুন্দৰী শচীন তনয়া!

শচীন তেণ্ডুলকাৰৰ সুন্দৰী কন্যা ছাৰা তেণ্ডুলকাৰকলৈ চৰ্চাৰ কোনো অন্ত নাই৷ ছচিয়েল মিডিয়াত ছাৰাৰ পোষ্ট লগে লগে ভাইৰেল হৈ পৰে৷ ছাৰা তেণ্ডুলকাৰে অলপতে লং ড্ৰাইভত যোৱাকলৈ ছচিয়েল মিডিয়াত ব্যাপক আলোচনা চলিছিল।শচীন তেণ্ডুলকাৰৰ জীয়ৰী ছাৰা
Read More...

জুনো মহাকাশযানৰে বৃহস্পতি গ্ৰহৰ ফটো তুলিলে নাছাই…

জুনো মহাকাশযানৰ জৰিয়তে বৃহস্পতি গ্ৰহৰ কিছুমান নতুন ছবি তুলিবলৈ সক্ষম হৈছে। জুনো মিছনৰ জৰিয়তে বৃহস্পতিগ্ৰহৰ দক্ষিণ অংশৰ কেইবাখনো ছবি তোলা হৈছে। তাৰ ভিতৰত উল্লেখযোগ্য হৈছে আইঅ’ আৰু ইউৰোপা ছবি।চলিত বৰ্ষৰ ১২ নৱেম্বৰত জুনো মহাকাশযানখন ৩৯
Read More...

IAS টিনা ডাবিয়ে বিচাৰি পালে জীৱনসংগী…

প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱাসকলৰ মাজত চৰ্চিত এক নাম টিনা ডাবি। ২০১৫ বৰ্ষৰ UPSC পৰীক্ষাৰ টপাৰ টিনা ডাবি পুনৰ এবাৰ চৰ্চালৈ আহিছে। ৰাজস্থানৰ বিত্ত মন্ত্ৰণালয়ৰ যুটীয়া সচিব ২৮ বছৰীয়া টিনাই দ্বিতীয় বিবাহৰ বাবে সাজু হৈছে। IAS বিষয়া
Read More...

ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষী থানাত স্মাৰক পত্ৰ প্ৰদান ভাৰতীয় জনতা যুৱ মৰ্চা হাজো মণ্ডলৰ…

কামৰূপ জিলাৰ অন্তৰ্গত হাজো আৰক্ষী থানাত ড্ৰাগছ আৰু চোৰৰ সন্ত্ৰাসৰ বিৰুদ্ধে উচিত তদন্তৰ বাবে আজি এখনি স্মাৰক পত্ৰ প্ৰদান কৰে ভাৰতীয় জনতা যুৱ মৰ্চা হাজো মণ্ডলে।উল্লেখ্য যে বিগত দিন ছোৱাত নিজ হাজো এলেকাত একাংশ অসাধু ড্ৰাগছ সেৱনকাৰীয়ে চুৰি
Read More...

এটা উটৰ দাম কিমান? এটা উটৰ দামে হতচকিত কৰিব আপোনাক…

আপুনি হয়তো বিভিন্ন সামগ্ৰীৰ ভিন্ন দাম শুনিছে। এটা উটৰ মূল্য শুনিলে আপুনি আচৰিত হৈ উঠিব। এটা উট এতিয়া সমগ্ৰ বিশ্বতে ভাইৰেল হৈ পৰিছে। উটটোৰ মূল্য শুনিলে আপুনিও আচৰিত হ’ব, এই উটটোৰ দাম ১৪ কোটি ২৩ লাখ টকা। চৌদি আৰৱৰ উট বিশ্বত প্ৰায়ে চৰ্চাত
Read More...

চিচিবৰগাঁৱত অনুষ্ঠিত ১৫ দিনীয়া বিহু আখৰাৰ সামৰণি…

চিচিবৰগাঁৱৰ চৌখামটিং গাঁৱৰ বিহুৱা সমাজৰ উদ্যোগত আৰু লোককৃষ্টি অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰ চিচিবৰগাঁৱৰ সহযোগত চৌখামটিং গাঁৱত অৱস্থিত বীৰাংগনা সতী সাধনী স্মৃতি ভৱনত যোৱা ১৬ মাৰ্চৰ পৰা অনুষ্ঠিত কৰা হৈছিল বিহুনাম, হুঁচৰি, বিহুনাচ আৰু বিহু
Read More...