অসম

যদি কোনোবা নদীলৈ যায়, ঘূৰি নাহে; তেন্তে নিয়তিৰ পৰিহাস মানি লোৱা উচিতঃ ৰমেন বৰুৱাৰ নিৰুদ্দেশৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য

আজি এক সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰমেন বৰুৱাৰ নিৰুদ্দেশৰ সন্দৰ্ভত কৰিলে মন্তব্য। আজি পাঁচ দিনে সন্ধান নাই বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱাৰ। ৰমেন বৰুৱাৰ...

এতিয়াৰে পৰা আয়ুস্মান কাৰ্ডেৰে কেৱল জটিল ৰোগত আক্ৰান্ত ৰোগীয়েহে পাব ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাৰ সুবিধা : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

আয়ুষ্মান ভাৰত সন্দৰ্ভত চৰকাৰৰ নতুন সিদ্ধান্তএতিয়াৰে পৰা সকলোৱে লাভ নকৰিব ব্যক্তিগত চিকিৎসালয়ৰ সুবিধা সাধাৰণ ৰোগত আক্রান্ত ৰোগীয়ে ব্যক্তিগত চিকিৎসালয়ত নাপাব সুবিধাকেৱল জটিল ৰোগত আক্ৰান্ত ৰোগীয়েহে...

ঐতিহাসিক ক্ষণ, চৰাইদেউ মৈদামে লাভ কৰিলে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি…

আজি অসমৰ বাবে এক স্মৰণীয় দিন৷ বহু প্ৰত্যাশাৰ অন্ত ঘটাই ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত স্থান লাভ কৰিলে চৰাইদেউ মৈদামে৷ ইতিহাসৰ পাতত আজিৰ দিনটো...

অসমবাসীৰ বাবে সুখবৰ, চৰাইদেউ মৈদামে লাভ কৰিব বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি…

অসমবাসীৰ বাবে সুখবৰ৷ চৰাইদেউ মৈদামে লাভ কৰিব বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি৷ আজি পুৱা ১০ বজাত ঘোষণা কৰিব বিশ্ব ঐতিহ্য ক্ষেত্ৰ সমিতিয়ে৷ ঐতিহাসিক ক্ষণৰ সাক্ষী...

দিছপুৰত লেখিকা সংস্থা, অসমৰ মনোজ্ঞ অনুষ্ঠান; বিশিষ্ট কাৰ্টুনিষ্ট মুবিন ৰাভাক নিশান্ত কাশ্যপ যুৱ মেধা বঁটা প্ৰদান…

বিশিষ্ট কার্টুনিষ্ট, চিত্ৰশিল্পী তথা লেখক মুবীন ৰাভাক আজি লেখিকা সংস্থা, অসমে প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰা নিশান্ত কাশ্যপ যুৱ মেধা বঁটা প্ৰদান কৰা হয়। এই...

Popular