Breaking

Browsing Category

অসম

চাপৰমুখত শোৱাপাটিৰ পৰাই সন্ধানহীন কিশোৰ…

চাপৰমুখ আৰক্ষী চকীৰ অন্তৰ্গত চাপৰমুখ কৃষ্ণনগৰৰ এজন কিশোৰ আজি পুৱাৰ পৰাই নিৰুদ্দেশ হোৱাত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।জানিব পৰা মতে কৃষ্ণনগৰৰ মুকুট বৰাৰ পুত্ৰ তথা চাপৰমুখৰ চেন্ট বেচিলছ একাডেমীৰ নৱমমান শ্ৰেণীৰ ছাত্র গৌৰৱজ্যোতি
Read More...

ৰহাত অৱসৰৰ দিনাই শিক্ষয়িত্ৰীক পেন্সনৰ নথিপত্ৰ প্ৰদান…

অৱসৰ গ্ৰহণৰ দিনাই আজি ৰহাৰ কপিলী প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত এগৰাকী শিক্ষয়িত্ৰীক পেন্সনৰ নথিপত্ৰ প্ৰদান কৰা হয়।এই উপলক্ষে আজি কপিলী খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয় প্ৰাংগণত এখন সভা অনুষ্ঠিত হয়।ৰহা আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সভাপতি
Read More...

মোদীয়েই দেশৰ আটাইতকৈ শক্তিশালী ব্যক্তি…

দেশৰ আটাইতকৈ শক্তিশালী ব্যক্তি হিচাপে পুনৰ চিহ্নিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দেশক শক্তিশালীভাৱে নেতৃত্ব দিয়া তথা বিজেপিক ইটোৰ পাছত সিটো জয়ৰ সোৱাদ দিবলৈ সক্ষম হোৱা মোদীক লৈ ভাৰতীয়সকলৰ লগতে বিশ্ব
Read More...

কোন জিলাত কাক দায়িত্ব? ৰাজ্যৰ প্ৰশাসনত পুনৰ ৰদবদল…

কামৰূপ(মঃ) জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাক অতিৰিক্ত দায়িত্ব প্ৰদান কৰা হৈছে। গুৱাহাটী স্মাৰ্ট চিটীৰ পৰিচালন সঞ্চালকৰ দায়িত্বও পল্লৱ গোপাল ঝাক প্ৰদান কৰিছে।আনহাতে, বজালীৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীক বদলি কৰা হৈছে। মাধ্যমিক শিক্ষা
Read More...

লাকী আলীৰ অনুৰাগীসকলৰ বাবে এটা দুঃখবৰ!

জনপ্ৰিয় কণ্ঠশিল্পী লাকী আলীয়ে শীঘ্ৰে আঁতৰিব পাৰে সংগীত জগতৰ পৰা। সুন্দৰ কণ্ঠেৰে সমগ্ৰ দেশৰ লাখ লাখ জনতাৰ হৃদয় জয় কৰি আহিছে তেওঁ। যদিও তেওঁ চলচ্চিত্ৰ সংগীতৰ পৰা আঁতৰি আছিল, তথাপিও তেওঁ সংগীতানুষ্ঠানত গান গাইছিল আৰু মুকলি কৰিছিল
Read More...

কাইলৈৰ পৰা বৃদ্ধি হ’ব একাধিক ঔষধৰ মূল্য!

পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ সৈতে যুঁজি থকা গ্ৰাহকসকলে এতিয়াৰে পৰা আগতকৈ অধিক মূল্যত ক্ৰয় কৰিব লাগিব ঔষধ। ১ এপ্ৰিলৰ পৰা বহুতো অত্যাৱশ্যকীয় ঔষধৰ মূল্য বৃদ্ধি হ’ব। লগতে ব্যয়বহুল জ্বৰ-কাহ আৰু বিষৰ চিকিৎসাৰো। যিসমূহ ঔষধৰ মূল্য বৃদ্ধি কৰা
Read More...

বিশ্বব্ৰহ্মাণ্ডলৈ যাব নেকি? ২০২৭ত মুকলি হ’ব স্পেচ হোটেল!

এখন বিশেষ হোটেলক লৈ চলিছে চৰ্চা। যিখন হোটেল আপুনি মই ভৱা ধৰণে তেনেই সাধাৰণ হোটেল নহয়। সঁচাকৈয়ে আচৰিত এতিয়াৰ বিজ্ঞান প্ৰযুক্তি। এই যে হোটেলখন দেখিছে, হোটেলখন আচলতে নিৰ্মাণ কৰি থকা হৈছে আকাশ মাৰ্গত। আকাশমাৰ্গৰ বিশ্বব্ৰহ্মাণ্ডত ওপঙি থাকিব
Read More...

আকৌ পিছুৱাই দিয়া হ’ল গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন…

পিছুৱাই দিয়া হ’ল গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন। ২২ এপ্ৰিলত অনুষ্ঠিত হ’ব গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন। পূৰ্বে ১৯ এপ্ৰিলত অনুষ্ঠিত হোৱা কথা আছিল নিৰ্বাচন। আনহাতে ২৪ এপ্ৰিলত অনুষ্ঠিত হ’ব নিৰ্বাচনৰ ভোটগণনা। পূৰ্বৰ
Read More...

অসমৰ ২৩ জিলাৰ পৰা সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ AFSPA…

অসমৰ কেইবাখনো জিলাৰ পৰা আঁতৰিল সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন (AFSPA)। অসমৰ ২৩ জিলাৰ পৰা সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন। আনহাতে ৯ জিলাত আৰু এটা মহকুমাত বাহাল থাকিব এই সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন। সেই জিলা
Read More...

৯০ৰ দশকৰ দূৰদৰ্শনৰ এটা ক্লাছিক বিজ্ঞাপনৰ এইবাৰ পুনৰ নিৰ্মাণ

য়েহ নহী, ৱো।-লেকিন আপতো হমেছা য়েহী লেতী থী..মনত পৰিছেনে কিবা? '৯০ৰ দশকৰ দূৰদৰ্শনৰ এটা ক্লাছিক বিজ্ঞাপনৰ এইবাৰ পুনৰ নিৰ্মাণ কৰা হৈছে। ঢকঢকীয়া বগা শাড়ী পৰিপাটিকৈ পিন্ধি গাড়ীৰ পৰা নামি গৈ দিপীকা চিখলিয়াই দোকানত নিৰ্মা ছুপাৰ ডিটাৰজিণ্ট বিচৰা
Read More...