Breaking

Browsing Category

অসম

প্রাথমিক টেট্ শিক্ষক সমাজৰ প্ৰতিবাদলৈ পূৰ্ণ সমর্থন ‘আপ’ৰ

ঠিকাভিত্তিত কৰ্মৰত শিক্ষকৰ বেতন সুৰক্ষাসহ নিয়মীয়াকৰণৰ প্ৰতিশ্ৰুতিৰে ঢাক-ঢোল বজোৱা বিজেপি চৰকাৰে প্ৰাপ্য দৰমহা মুকলি, চাকৰি নিয়মীয়াকৰণ কৰা আদি বিভিন্ন দাবীৰে মহানগৰীৰ চচলত তিনিদিনিয়াকৈ চলি থকা অৱস্থান ধর্মঘট কার্যসূচীলৈ পূর্ণ সমর্থন
Read More...

শীতক নেওচিও দুৰ্ঘটনা ৰোধৰ বাবে মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ ৰাজ্যজুৰি বাইক ৰেলিৰে জনসজাগতাৰ চেষ্টা

মনুষ্য জীৱন অতি দুৰ্লভ। কিন্তু বছৰি অধিক লোকে বাঁইক অথবা আন বাহনত আকস্মিক দুৰ্ঘটনা সংঘটিত হৈ কৰুণ মৃত্যুক সাৱতিব লগা হয়। আকস্মিক দুৰ্ঘটনা ৰোধ কৰি কি দৰে মানুহৰ অমূল্য জীৱন ৰক্ষা কৰিব পাৰি সেই উদ্দেশ্য সন্মুখত লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত
Read More...

গীতে-মাতে দীপৰ বিলৰ কাষৰীয়া দেউছটালত ন- খোৱা উৎসৱ উদযাপন

অসম আৰু অসমীয়াৰ কৃষিজীৱী জনজীৱনৰ লগত অতীজৰে পৰা পৰম্পৰাগতভাবে উদযাপন কৰি অহা আঘোঁণ মাহৰ ন-খোৱা উৎসৱ উপলক্ষে ১৩ ডিচেম্বৰৰ সন্ধিয়াৰ পৰা নিশালৈ উদুলি-মুদুলি পৰিবেশৰ সৃষ্টি হয় গুৱাহাটীৰ দীপৰ বিলৰ কাষৰীয়া দেউছটালৰ সমাজকৰ্মী তথা অঞ্চলটোৰ অগ্ৰণী
Read More...

মিচিং স্বায়ত্তশাসিত পৰিষদৰ দ্বাৰা ১০১ গৰাকীক পাৱাৰ টিলাৰ বিতৰণ; ৮৫ শতাংশ ৰাজ সাহায্য দি কৃষকক সকাহ

মিচিং স্বায়ত্তশাসিত পৰিষদৰ দ্বাৰা উন্নয়নমুখী আঁচনিৰ ৰূপায়ণ অব্যাহত আছে ৷ তেওঁলোকৰ উন্নয়নমুখী আঁচনিৰ অংশ হিচাপে মিচিং স্বায়ত্তশাসিত পৰিষদৰ ৩৬ খন পৰিষদীয় সমষ্টিৰ ১০১ গৰাকী আদৰ্শ কৃষকক ১০১ খন পাৱাৰ টিলাৰ পৰিষদৰ কৃষি বিভাগৰ পৰা বিতৰণ কৰা হয় ৷
Read More...

গুৱাহাটীৰ অসম সাহিত্য সভা ভৱনত দৰঙী কলা-কৃষ্টিৰ ‘লোকস্পন্দন’ অনুষ্ঠান

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সৌজন্যত আৰু ছিপাঝাৰৰ সাংস্কৃতিক সংস্থা নান্দীৰাগৰ উদ্যোগত মঙ্গলবাৰে সন্ধিয়া আয়োজন কৰা হয় দৰঙী কলা-কৃষ্টিৰ অপূৰ্ব সমাহাৰৰে সাংস্কৃতিক অনুষ্ঠান লোকস্পন্দন। অসম সাহিত্য সভা ভৱনত মঙলবাৰে সন্ধিয়া আয়োজিত
Read More...

‘মই CAAৰ বিৰোধী আগতেও আছিলোঁ আৰু এতিয়াও আছোঁ – জুবিন গাৰ্গ…

‘মই CAAৰ বিৰোধী আগতেও আছিলোঁ আৰু এতিয়াও আছোঁ। CAA গোটেই বস্তুটো ৰাজনীতি হৈ থাকিল। 'কা' বিৰোধী আন্দোলনত
Read More...

লোকসভা নিৰ্বাচনৰ টিকট প্ৰত্যাশীয়ে ভিৰ কৰিছে ৰাজীৱ ভৱনত !

লোকসভা নিৰ্বাচনৰ টিকট প্ৰত্যাশীয়ে ভিৰ কৰিছে ৰাজীৱ ভৱনত , কংগ্ৰেছৰ গুৱাহাটীৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত টিকট প্ৰত্যাশীয়ে ভিৰ কৰিছে। সোমবাৰৰ পৰা আৰম্ভ হোৱা টিকট বিচৰা প্ৰক্ৰিয়াৰ তৃতীয়টো দিনটোতো আবেদন পত্ৰ ল’লে বিভিন্নজনে।চাবুৱা বিধান
Read More...

কলিয়াবৰত ভাষাৰ ওজাৰ হেমচন্দ্ৰ বৰুৱাৰ জন্মদিন পালন

অসমৰ জনমানসত হেমকোষৰ প্ৰণেতা ৰূপে স্বীকৃত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ আছিল অন্য এক পৰিচয়। অৱশ্যে সেই পৰিচয় অসমীয়াই অনুধাৱন কৰিবলৈ যথেষ্ট সময় লাগিল। বিজ্ঞান মনস্কতাৰে অসমীয়া সমাজলৈ, ভাষালৈ যিসকল মহান অসমীয়াই বিশেষ অৱদান আগবঢ়াই গৈছে
Read More...

নাজিৰাৰ বিভিন্ন প্ৰান্তত ধুমুহা আৰু প্ৰচণ্ড শিল বৰষুণ

ৰাইজৰ বিস্তৰ ক্ষতি সাধন, প্ৰচণ্ড শিল বৰষুণৰ ফলত হাজাৰ হাজাৰ লোকৰ বাসগৃহৰ টিনপাত ফুটাক লৈ চাঞ্চল্য । নাজিৰাত প্ৰচণ্ড শিল বৰষুণ | আজি আবেলি পৰত পশ্চিম দিশৰ পৰা অহা এজাক কাল ধুমুহাই আতংকিত কৰি তুলিছে নাজিৰাবাসী ৰাইজক | নাজিৰা বিভিন্ন
Read More...

নলবাৰীত মাদ্ৰাছাৰ পৰা নিৰুদ্দেশ দুজন ছাত্ৰ ! মঙলবাৰৰ পৰাই সন্ধান নাই ছাত্ৰ দুজনৰ…

নলবাৰীত মাদ্ৰাছাৰ পৰা নিৰুদ্দেশ দুজন ছাত্ৰ। নিৰুদ্দিষ্ট ছাত্ৰ দুজন ছাহিল আলী, চিণ্টু আহমেদ। বনমাজাস্থিত জামিয়া ইছলামীয়া মাদ্ৰাছাৰ ছাত্ৰ দুয়োজন।
Read More...