Breaking

Browsing Category

অসম

২০২৬ চনত আৰম্ভ হ’ব অসম স্কিল বিশ্ববিদ্যালয়ঃ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা…

নিযুক্তি, পৰ্যটন, জলজীৱন মিছনকে ধৰি নানান বিষয় সামৰি মঙলবাৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এখন সংবাদমেল অনুষ্ঠিত কৰে। সংবাদমেলত মন্ত্ৰী বৰুৱাই কয় যে ডিমা হাছাওত কোনো বিৰোধী নাই। নিয়োগ বিনিময় কেন্দ্ৰত আজিৰে পৰা আকৌ ৰি ৰেজিষ্টেচন আৰম্ভ কৰা হৈছে
Read More...

হিট এণ্ড ৰান আইনক লৈ উত্তাল দেশ, ৫ আৰু ৬ জানুৱাৰীত অসমত বন্ধ থাকিব OLA, UBER সেৱা!

দেশত প্ৰৱৰ্তন হোৱা নতুন পৰিবহণ আইনক লৈ দেশজুৰি উত্তাল প্রতিবাদ দেখিবলৈ পোৱা গৈছে। এতিয়াৰে পৰা হিট এণ্ড ৰানৰ গোচৰত চালকে সন্মুখীন হ'ব কঠোৰ শাস্তিৰ। হিট এণ্ড ৰানৰ গোচৰত ১০ বছৰৰ কাৰাদণ্ডৰ লগতে ৭ লাখ টকা পর্যন্ত জৰিমনা বিহিব।
Read More...

ৰাষ্ট্ৰীয় আই টি এফ টাইকোৱান-ডো চেম্পিয়নশ্বিপত অসমৰ খেলুৱৈৰ ১০ স্বৰ্ণসহ মুঠ ২৮ টা পদক অৰ্জন

উড়িষাৰ ৰৌৰকেলাত ২৭ ৰ পৰা ২৯ ডিচেম্বৰলৈ অনুষ্ঠিত হয় ১৯ সংখ্যক ৰাষ্ট্ৰীয় আই টি এফ টাইকোৱান-ডো চেম্পিয়নশ্বিপ ২০২৩। এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসমৰ খেলুৱৈয়ে ১০ টা স্বৰ্ণসহ মুঠ ২৮ টা পদক অৰ্জন কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। ভাৰতৰ
Read More...

৫ আৰু ৬ জানুৱাৰীত ধেমাজি জিলা সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ নৱম দ্বি-বাৰ্ষিক অধিৱেশন ! উপস্থিত থাকিব…

উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল, ডাঃ ৰনোজ পেগু, সাংস্কৃতিক অনুষ্ঠানত সুবাসনা দত্ত, সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব ৰিছা ছেত্ৰী,৫ আৰু ৬ জানুৱাৰীত ধেমাজি জিলা সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ নৱম দ্বি-বাৰ্ষিক অধিৱেশন সদৌ
Read More...

উত্তৰ গুৱাহাটী জি এন আৰ চি মেডিকেলৰ ১১ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন…

উত্তৰ গুৱাহাটী জি এন আৰ চি মেডিকেলৰ ১১ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন। প্ৰতিষ্ঠা দিৱস উপলক্ষে এখনি সভা অনুষ্ঠিত কৰা হয়। বন্তি জ্বলাই আনুষ্ঠানিক ভাৱে প্ৰতিস্থা দিৱসৰ শুভাৰম্ভনি কৰে জি এন আৰ চি মেডিকেলৰ প্ৰতিষ্ঠাপক তথা বিশিষ্ট চিকিৎসক ডা: নোমল
Read More...

২০২৩ ত ৬৩ হাজাৰলৈ কমিল অপৰাধমূলক গোচৰ…

২০২৪ বৰ্ষৰ প্ৰথম দিনটোতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত কাকত-চেনেলৰ সম্পাদকসকলৰ সৈতে মত বিনিময় কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে চৰকাৰে বহু ভূমি দখলমুক্ত কৰিবলৈ সক্ষম হৈছে। ২০২৩ বৰ্ষত ৰাজ্যৰ ৫ হাজাৰ বনভূমি মুক্ত কৰা হৈছে
Read More...

নৱবৰ্ষ পহিলা দিনটোত উৎসাহী পুথিপ্ৰেমীৰ বিপুল সমাৱেশ অসম গ্ৰন্থমেলাত…

খ্ৰীষ্টিয় নৱবৰ্ষৰ পহিলা দিনটোত উৎসাহী পুথিপ্ৰেমীৰ বিপুল সমাৱেশ হয় অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌভভাৱে চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত আয়োজন কৰা অসম গ্ৰন্থমেলা, গুৱাহাটীত ৷ পুৱা
Read More...

নাচবৰত বিহালী প্ৰেছ ক্লাৱৰ ৩০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

বিহালীৰ নাচবৰস্থিত বিমলা আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ত আজি বিহালী প্ৰেছ ক্লাবৰ ৩০ সংখ্যক প্ৰতিষ্ঠা দিৱসটি সোমবাৰে দিনযোৰাকৈ উদযাপন কৰা হয়। পুৱা প্ৰেছ ক্লাৱৰ পতাকা উত্তোলন কৰে সভাপতি দীপক শৰ্মাই ।স্মৃতি তৰ্পণ কাৰ্যসূচী আৰম্ভ কৰে বিমলা আদৰ্শ
Read More...

ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোত শোণিতপুৰৰ সাত গৰাকী প্ৰগতিশীল কৃষকক সম্বর্ধনা জিলা কৃষি বিভাগৰ

ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোতে শোণিতপুৰ জিলা কৃষি বিভাগে জিলাখনৰ সাতগৰাকী প্ৰগতিশীল কৃষকক সম্বৰ্ধনা জনাই৷ বিগত সময়চোৱাত জিলাখনৰ কৃষি খণ্ডৰ বাবে আগবঢ়োৱা উল্লেখনীয় পদক্ষেপ আৰু সামাজিক ক্ষেত্ৰত বিশেষ অৱদানৰে বিভিন্ন স্থানত প্ৰশংসা বুটলিবলৈ
Read More...

২০২৩ বৰ্ষৰ ক্ৰান্তিকাল সন্মান বিশিষ্ট সমালোচক আৰু প্ৰাৱন্ধিক ধনী বৰালৈ

নগাঁৱৰ ক্ৰান্তিকাল প্ৰকাশনে ২০২৩ বৰ্ষৰ ক্ৰান্তিকাল সন্মান আগবঢ়াইছে বিশিষ্ট সমালোচক আৰু প্ৰাৱন্ধিক ধনী বৰালৈ। ১৯৫৫ চনত গোলাঘাটত জন্ম গ্ৰহণ কৰা ধনী বৰাই ১৯৭৭ চনত সাপ্তাহিক নীলাচল কাকতত যোগ দিয়ে আৰু
Read More...