Breaking

Browsing Category

অসম

২০২৪ বৰ্ষৰ তিৱা বীৰ ৰজা জোঙাল বলহু বঁটা প্ৰদান বিশিষ্ট চলচ্চিত্ৰ পৰিচালক পাৰ্থজিৎ বৰুৱাক

২০২৪ বৰ্ষৰ তিৱা বীৰ ৰজা জোঙাল বলহু বঁটা প্ৰদান চলচ্চিত্ৰ নিৰ্মাতা তথা বিশিষ্ট শিক্ষাবিদ পার্থজিৎ বৰুৱাক।"নেলীৰ কথা" ছবিৰ পৰিচালক পাৰ্থজিৎ বৰুৱাক নগাঁও জিলা তিৱা বীৰ ৰজা জোঙাল বলহু দিৱস উদযাপন সমিতিৰ তৰফৰ পৰা এই বঁটা প্ৰদান কৰা হয়।
Read More...

দেৰগাঁৱৰ দুৰ্ঘটনাত নিহত আৰু আহতৰ পৰিয়াললৈ প্ৰধান মন্ত্ৰীৰ আৰ্থিক সাহায্য

বুধবাৰে পুৱা গোলাঘাট জিলাৰ দেৰগাঁৱৰ বালিজানত সংঘটিত শোকাবহ পথ দুর্ঘটনাই চকু সেমেকাই তুলিছে ৰাজ্যবাসীৰ। দুৰ্ঘটনাত নিহত লোকসকলৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে আহতসকল যাতে পুনৰ সুস্থ হৈ উঠে তাৰে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছে ৰাজ্যবাসীয়ে।
Read More...

বিশিষ্ট সাহিত্যক কনকসেন ডেকাই উন্মোচন কৰিলে দৰ্শনা বৰুৱাৰ গ্ৰন্থ ‘ভাবনাৰ কচৰৎ’

সাংবাদিক দৰ্শনা বৰুৱাৰ 'ভাবনাৰ কচৰৎ' শীৰ্ষক গ্ৰন্থখন বুধবাৰে গুৱাহাটীৰ দিছপুৰস্থিত এটি সভাগৃহতবিশিষ্ট সাহিত্যিক,শিক্ষাবিদ, জ্যেষ্ঠ সাংবাদিক কনকসেন ডেকাই উন্মোচন কৰি সাৰগৰ্ভ ভাষণ প্ৰদান কৰে৷এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে শিক্ষাবিদ,
Read More...

বনভোজৰ আনন্দ উল্লাসৰ মাজতে দেৰগাঁৱত মৃত্যুৰ কিৰিলি!

গোলাঘাট জিলাৰ দেৰগাঁৱৰ বালিজানত বুধবাৰৰ পুৱা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়৷ পুৱতি নিশা গোলাঘাট বচাগাঁৱৰ পৰা ৪৫ জনীয়া এটা দলে বনভোজ খাবলৈ তিনিচুকীয়া টিলিঙা মন্দিৰ অভিমুখে AS 02 AC 5083 নম্বৰৰ বাছেৰে গৈ আছিল৷ তাৰ পিচতে বিপৰীত দিশৰ পৰা অহা
Read More...

টেম্প’ চলাই পৰিয়াল পোহপাল দিব লগীয়া হৈছে অৱসৰপ্ৰাপ্ত শিক্ষকে

যি সময়ত ৰাজ্যৰ কৰ্মচাৰী সকলে নতুন পেঞ্চন নীতি চমুকৈ এন পি এচৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে।সেই সময়তে অৱসৰপ্ৰাপ্ত এজন শিক্ষকৰ কৰুণ কাহিনী পোহৰলৈ আহিছে। নগাঁও জিলাৰ জাজৰিৰ এগৰাকী শিক্ষকৰ কৰুণ কাহিনী এইয়া। অৱসৰ গ্ৰহণৰ পিচত এন পি এচৰ
Read More...

সৰভোগৰ ভেৰাগ্ৰামত অসমীয়া গদ্য সাহিত্যৰ জনক ভট্টদেৱৰ তিৰোভাৱ তিথি উদ্‌যাপন

ভট্টদেৱ স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত বুধবাৰে অসমীয়া গদ্য সাহিত্যৰ জনক ভট্টদেৱৰ তিৰোভাৱ তিথি দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ঐতিহাসিক বৰনগৰৰ ভেৰাগ্ৰামত উদযাপন কৰা হয়৷
Read More...

ৰহাৰ ঐতিহাসিক জোঙালবলহু গড়ত জোঙালবলহু দিৱস উদযাপন

ৰহাৰ ঐতিহাসিক জোঙালবলহু গড়ত বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে জোঙালবলহু দিৱস উদযাপন কৰা হয়। তিৱা জাতিৰ পিতৃপুৰুষ, শৌৰ্য-বীৰ্যৰ প্ৰতীক তথা ঐতিহাসিক বীৰ ৰজা জোঙালবলহুৰ স্মৃতিত ২০২২ চনৰ পৰা এই জোঙালবলহু দিৱস উদযাপিত হৈ আহিছে।
Read More...

আৰক্ষীৰ নতুন SOP! পিকনিক লৈ যোৱাৰ পূৰ্বে জানি লওক…

পিকনিকক লৈ আৰক্ষীয়ে জাৰি কৰিছে SOP।ঘন কুঁৱলীৰ মাজত মানুহে পিকনিক আৰম্ভ কৰিব নালাগে।কুঁৱলী কমাৰ পাছতহে চলাব পাৰিব বাহন।
Read More...

৪, ৫ জানুৱাৰীত কামৰূপ মহানগৰত জিলা পৰ্যায়ৰ খেল মহাৰণ…

কামৰূপ মহানগৰ জিলা পৰ্যায়ৰ খেল মহাৰণ, ২০২৩-২৪ৰ খেলসমূহ অহা ৪ আৰু ৫ জানুৱাৰীত অনুষ্ঠিত হ'ব৷ নেহৰু ষ্টেডিয়াম, ছাই খেলপথাৰ আৰু গুৱাহাটী ভলীবল প্ৰশিক্ষণ কেন্দ্ৰত খেলসমূহ অনুষ্ঠিত হ'ব৷ নেহৰু ষ্টেডিয়ামত ৪ জানুৱাৰীৰ পুৱা ১১ বজাত উদ্বোধনী অনুষ্ঠান
Read More...

অসম গ্ৰন্থমেলাত সুৰেন্দ্ৰ মোহন দাসৰ পুথি ‘বৰ্ণাশুদ্ধি আঁতৰাওঁ আহক’ৰ শুভ উন্মোচন…

"অসমীয়া ভাষাৰ বানান শুদ্ধতাৰ দিশত নবীন-প্ৰবীণ বহুতৰেই সাহিত্যচৰ্চাত কিছু খোকোজা লগা দেখা যায়, এই হাতপুথিখনে কিঞ্চিৎ হ'লেও এই অভাৱ পূৰণত সহায়ক হ'ব বুলি আশা কৰিব পাৰি, গুণগত মানসম্পন্ন এই পুথিখনৰ প্ৰচাৰ আৰু প্ৰসাৰ যাতে প্ৰকাশকে অসমৰ
Read More...