অসম

অনিমা প্ৰজাৰ কাষত বিৰোধী দলপতি…

নাজিৰাৰ SDPO শুভলক্ষ্মী দত্তই নিৰ্যাতন চলোৱা অনিমা প্ৰজা নামৰ বনকৰা মহিলাগৰাকীৰ কাষত উপস্থিত হ'ল বিৰোধী দলপতি দেবব্ৰত শইকীয়া আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱনসিং ঘাটোৱাৰ।...

ডিব্ৰুগড়ৰ জকাই অঞ্চলত আয়ুষ মন্ত্ৰালয়ৰ অধীনত ১০০খন বিচনাযুক্ত যোগ, প্ৰাকৃতিক চিকিৎসা হস্পিতাল নিৰ্মাণৰ সিদ্ধান্ত…

যোগ আৰু প্ৰাকৃতিক চিকিৎসাৰ জৰিয়তে বিভিন্ন অসুখৰ পৰা আমি সুকলমে উপশম পাব পাৰোঁ। এই পৰম্পৰাগত পদ্ধতিৰ প্ৰসাৰৰ লক্ষ্যৰে ডিব্ৰুগড়ৰ জকাই অঞ্চলত আয়ুষ মন্ত্ৰালয়ৰ অধীনত...

বৰপেটা জিলাৰ মানচিত্ৰ সলনিক লৈ প্ৰতিবাদ এগৰাকী ব্যক্তিৰ

বৰপেটা জিলাক খণ্ডিত আৰু খর্বিত কৰাৰ প্ৰতিবাদ কৰি আৰু প্ৰতিকাৰ বিচাৰি বৰপেটা প্ৰেছ ক্লাবৰ সন্মুখত এগৰাকী ব্যক্তিৰ অৱস্থান ধৰ্মঘট। পুৱা ১০ বজাৰ পৰা আবেলি...

অংকিতা দত্তলৈ পুনৰ CBIৰ চমন…

অংকিতা দত্তলৈ পুনৰ CBIৰ চমন। আজি কলকাতাস্থিত CBI কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ। সাৰদা কেলেংকাৰিৰ গোচৰত হাজিৰ হোৱাৰ নিৰ্দেশ। প্ৰয়াত পিতৃ অঞ্জন দত্ত মালিকানাধীন অনুভূতি...

ৰাজ্যত পুনৰ টোলগেট, আহি আছে ৫ খনকৈ টোলগেট। প্ৰস্তুতি সম্পূৰ্ণ ঘাইপথ প্ৰাধিকৰণৰ…

ৰাজ্যত পুনৰ নতুনকৈ ৫ খন টোল গেট খোলাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে। ইতিমধ্যে টোলগেটৰ অত্যাধিক মাচুলে ৰাইজক জ্বলাকলা খুওৱাৰ লগতে বহিঃৰাজ্যৰ...

Popular