August 30, 2023 অংকিতা দত্তলৈ পুনৰ CBIৰ চমন… Share FacebookTwitterWhatsAppTelegramKooEmail অংকিতা দত্তলৈ পুনৰ CBIৰ চমন। আজি কলকাতাস্থিত CBI কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ। সাৰদা কেলেংকাৰিৰ গোচৰত হাজিৰ হোৱাৰ নিৰ্দেশ। প্ৰয়াত পিতৃ অঞ্জন দত্ত মালিকানাধীন অনুভূতি প্ৰিণ্টাৰ্ছৰ নাম সাঙোৰ খোৱাৰ বাবে অংকিতাক তলব। Author: দৈনন্দিন বাৰ্তা Related Articles গোসাঁইগাঁৱৰ কচুগাঁৱত ঐতিহাসিক আদিবাসী শান্তি চুক্তি দিৱসৰ চতুৰ্থ বাৰ্ষিকী, ২০২৬ উদযাপন দৈনন্দিন বাৰ্তা - September 16, 2026 অসমৰ ‘আইৰণ লেডী’ সংযুক্তা পৰাশৰৰ নতুন কৃতিত্ব, চিআৰপিএফৰ কোব্ৰা বাহিনীৰ নেতৃত্ব দিয়া প্ৰথমগৰাকী মহিলা হিচাবে পৰিগণিত দৈনন্দিন বাৰ্তা - September 16, 2026 এছিয়ান গেমছ ২০২৬ঃভাৰতীয় ছেপাকটাক্ৰ’ দলত অসমৰ অ’ অমৰজিৎ সিংহ দৈনন্দিন বাৰ্তা - September 15, 2026