Breaking

Browsing Category

অসম

সোমবাৰৰ পৰা আৰম্ভ দ্বিতীয় পৰ্যায়ৰ স্বাস্থ্য সেৱা উৎসৱ

২০ নবেম্বৰৰ পৰা ২২ নবেম্বৰলৈ ৰাজ্যৰ লগতে কামৰূপ জিলাৰ চিকিৎসালয় সমুহত চলিব স্বাস্থ্য সেৱাৰ মূল্যায়ন । কামৰূপ জিলা তোলাৰাম বাফনা অসামৰিক চিকিৎসালয়ত মূল্যায়ক হিচাপে উপস্থিত ৰাজ্যৰ আৰক্ষী সঞ্চালক
Read More...

অনিতা দাস সোঁৱৰণি শৈক্ষিক ন্যাসৰ দ্বাদশ বাৰ্ষিক বঁটা প্রদান অনুষ্ঠানৰ সফল সামৰণি

ডিগবৈৰ লায়নচ ক্লাৱৰ সভা কক্ষত সোমবাৰে অনিতা দাস সোঁৱৰণি শৈক্ষিক ন্যাসৰ দ্বাদশ বঁটা প্রদান অনুষ্ঠান অনুষ্ঠিত হয়। সাংবাদিক পল্লৱ শৰ্মাই আঁত ধৰা অনুষ্ঠানৰ
Read More...

তৃণমূল কংগ্ৰেছৰ একাংশ নেতা-কৰ্মীৰ কংগ্ৰেছত যোগদান

তৃণমূল কংগ্ৰেছৰ বজালী আৰু নলবাৰীৰ একাংশ নেতা-কৰ্মীৰ কংগ্ৰেছত যোগদান। জিলা দুখনৰ তৃণমূল কংগ্ৰেছৰ সভাপতি, উপ-সভাপতি, মহিলা নেত্ৰীসহ কুৰিৰো অধিক তৃণমূল কংগ্ৰেছৰ নেতা-কৰ্মীয়ে সোমবাৰে ৰাজীৱ ভৱনত প্ৰদেশ
Read More...

যোৰাবাটত পুনৰ চোৰাং গৰুভৰ্তি দুখন ট্ৰাক জব্দ

যোৰাবাটত পুনৰ চোৰাং গৰুভৰ্তি দুখন ট্ৰাক জব্দ। ট্ৰাক দুখনৰ পৰা উদ্ধাৰ ৫৫টাকৈ গো-ধন। চোৰাং গৰুসহ আৰক্ষীৰ জালত ৩
Read More...

নগাঁৱত শিশু অধীকাৰ দিৱস উদযাপন

শিশু সকলৰ সৰ্বাংগীন বিকাশৰ উদ্দেশ্যে সাম্প্ৰতিক সময়ত এক বিশেষ পদক্ষেপ লোৱাৰ মানসেৰেমহিলা আৰু শিশু কল্যান বিভাগ নগাঁৱৰ অধীনত সোমবাৰে শিশু অধিকাৰ দিৱসটি উদযাপন কৰা হয়। এই বিশেষ দিৱসটিৰ লগত সংগতি ৰাখি
Read More...

নাজিৰাত বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ প্ৰশিক্ষণ

সমগ্ৰ শিক্ষা, নাজিৰা প্ৰাথমিক শিক্ষা খণ্ডৰ উদ্যোগত নিপুণ অসমৰ অধীনত নাজিৰা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত দেওপানী, বৰুৱা আলি, বৰছিলা, লোণপুৰীয়া, নামতি- আলি, নামতি দ'ল, নামতি চাৰি আলি আৰু বৰাহীবাৰীকে ধৰি আঠটা মণ্ডল সমল কেন্দ্ৰৰ মুঠ ৮৪
Read More...

জামুগুৰিহাটত আঘাতপ্ৰাপ্ত হৰিণা উদ্ধাৰ

জামুগুৰিহাটৰ বালিচাপৰিৰ ৰাবাৰ বাগানত উদ্ধাৰ কৰা হয় এটি আঘাতপ্ৰাপ্ত হৰিণা। বনাঞ্চলৰ পৰা নিশাৰ ভাগত ওলাই আহি জনাঞ্চলত প্ৰবেশ কৰা আঘাতপ্ৰাপ্ত
Read More...

মৰিগাঁও জিলা কবি সন্মিলনৰ তৃতীয় দ্বি-বাৰ্ষিক অধিৱেশন

জাগীৰোড শাখা কবি সন্মিলন আৰু কলং-কপিলী শাখা কবি সন্মিলনৰ যৌথ ব্যৱস্থাপনাত মৰিগাঁও জিলা কবি সন্মিলনৰ তৃতীয় দ্বি- বাৰ্ষিক অধিৱেশনখন এদিনীয়া কাৰ্যসূচীৰে জাগীৰোড মহাবিদ্যালয়ত দেওবাৰে অনুষ্ঠিত হয়। মৰিগাঁও জিলা কবি সন্মিলনৰ সভাপতি আবুল হাছেম
Read More...

ত্ৰয়োদশ কলগাছিয়া গ্ৰন্থমেলাৰ সফল সামৰণি

নামনি অসমৰ ধৰ্মীয় সংখ্যলঘূ সকলৰ বৌদ্ধিক চিন্তা চৰ্চাৰ কেন্দ্ৰস্থল বুলি পৰিচিত কলগাছিয়াত যোৱা ১৫ নবেম্বৰৰ পৰা ১৯ নৱেম্বৰলৈ বিস্তৃত বৰ্ণাঢ্য কাৰ্যক্ৰমনিকাৰে আয়োজন কৰা ত্ৰয়োদশ কলগাছিয়া গ্ৰন্থমেলাৰ দেওবাৰে সফল সামৰণি পৰে।
Read More...

মাৰ্ঘেৰিটাত ২৮৮সংখ্যক বীৰ ৰাঘৱ মৰাণ দিৱস উদযাপন

মহানায়ক বীৰ ৰাঘৱ মৰাণৰ ২৮৮ সংখ্যক দিৱসটি দেওবাৰে মাৰ্ঘেৰিটাত উলহমালহেৰে উদযাপিত কৰা হয়।অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ সৌজন্যত, তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত, মাৰ্ঘেৰিটা আঞ্চলিক সমিতি আৰু মাৰ্ঘেৰিটাবাসী ৰাইজৰ আতিথ্যত
Read More...