Breaking

Browsing Category

অসম

নতুন প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ উৎস দেৱাশীষ শৰ্মা পদ্মশ্ৰী সন্মানৰ যোগ্য: থানেশ্বৰ মালাকাৰ

সাংস্কৃতিক মহাসভা, অসমে বৃহস্পতিবাৰে মৰিগাঁৱৰ জিলা আয়ুক্ত তথা ৰাজ্যৰ কৰ্কট ৰোগীসকলৰ বাবে দীৰ্ঘদিন ধৰি সেৱা আগবঢ়াই অহা মানৱদৰদী, জনহিতৈষী দেৱাশীষ শৰ্মাক "জনসেৱক ৰত্ন" উপাধি প্ৰদান কৰে। এই উপলক্ষে সাংস্কৃতিক মহাসভা, অসমৰ উদ্যোগত আৰু
Read More...

সলনি হ’ল কামৰূপ মহানগৰৰ জিলা আয়ুক্ত

ৰাজ্য চৰকাৰে বৃহস্পতিবাৰে এক নিৰ্দেশ যোগে কামৰূপ মহানগৰ জিলা আয়ুক্ত পল্লৱ গোপাল ঝাক অব্যাহতি দি দায়িত্ব অৰ্পণ কৰে সুমিত ছাট্টৱানক।
Read More...

টিংখাঙত মন্ত্ৰী বিমল বড়া, অশোক সিংঘালসহ তিনি বিধায়কে কৃষকৰ সৈতে জুতি ল’লে ৰবাব টেঙাৰ

টিংখাঙৰ অত্যন্ত ভিতৰুৱা গ্ৰামাঞ্চল দিহিং পাৰৰ কৃষি ভূমি পৰিদৰ্শন কৰিলে দুই মন্ত্ৰী ক্ৰমে জলসিঞ্চন মন্ত্ৰী অশোক সিংঘাল আৰু উদ্যোগ মন্ত্ৰী বিমল বড়াই। এই দুই মন্ত্ৰীক সংগ দিলে তিনি বিধায়ক ক্ৰমে তৰংগ গগৈ, তেৰচ গোৱালা আৰু চক্ৰ গগৈয়ে।
Read More...

ডুবাইৰ আন্তঃৰাষ্ট্ৰীয় দৰৱ আৱিষ্কাৰ সমাৰোহলৈ নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানৰ গৱেষক দল আমন্ত্ৰিত

উত্তৰ পূৱ ভাৰতৰ আগশাৰীৰ প্ৰতিষ্ঠান নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানৰ গৱেষক দল এটি ড° ভাৰ্গৱ জ্যোতি চহৰীয়াৰ নেতৃত্বত গৱেষণা পাঠ কৰিবলৈ ডুবাইৰ দৰৱ আৱিষ্কাৰ সমাৰোহলৈ আমন্ত্ৰিত হৈছে । ড° ভাৰ্গৱ জ্যোতি চহৰীয়াৰ নেতৃত্বত গৱেষণা পাঠ কৰিবলৈ তথা
Read More...

দৰঙৰ এখন গাঁওত ভয়ানক ঘটনা; আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে গাঁওখন পৰিদৰ্শন কৰি দিলে কঠোৰ নিৰ্দেশনা

দৰঙৰ ধূলা থানাৰ অন্তৰ্গত পশ্চিম পদোঘাট গাঁওত ভয়ানক ঘটনা। গাঁওখনৰ শ্ৰীমণি চৌহানৰ চাৰি বিঘা কটা ধানত নিশা অগ্নি সংযোগ দূবৃৰ্ত্তৰ। গাঁওখনত প্ৰায় ২০০ হিন্দু পৰিয়াল আছিল যদিও একাংশ লোকৰ অত্যাচাৰত গাঁও এৰি গুছি গৈছে পৰিয়াল সমুহ । বিগত প্ৰায়
Read More...

‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ত অংশগ্ৰহণ কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ…

বিকশিত আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ ঐক্যবদ্ধ সংকল্পেৰে আজি গুৱাহাটী লোকসভাৰ সাংসদ কুইন ওজাৰ সৈতে নলবাৰীৰ জাগাৰাত 'বিকশিত ভাৰত সংকল্প যাত্ৰা'ত অংশগ্ৰহণ কৰে কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাৰ্চুৱেল বাৰ্তালাপৰ
Read More...

DB NEWS ৰ বাতৰিৰ পিছতে বিধায়কৰ জৰুৰী পত্ৰ ! মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ লিখিলে…

DB NEWS ৰ বাতৰিৰ পিছতে বিধায়কৰ জৰুৰী পত্ৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ লিখিলে পত্ৰখন দিখৌ নৈৰ ওপৰত থকা দলংখনৰ সংৰক্ষণৰ বাবে প্ৰকাশ হৈছিল খবৰ DB NEWS ত ১৯৩৫ চনত ব্ৰিটিছ "ব্ৰাইট এণ্ড কোম্পানী"য়ে নিৰ্মাণ কৰা দিখৌ নৈৰ ওপৰত থকা
Read More...

আজি ৰাজ্য চৰকাৰে প্ৰদান কৰিব ড০ বাণীকান্ত কাকতি বঁটা…

আজি ৰাজ্য চৰকাৰে প্ৰদান কৰিব ড০ বাণীকান্ত কাকতি বঁটা। HS চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ শিক্ষাৰ্থীলৈ এই বঁটা। ৩৫,৭৭০ গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হ’ব স্কুটী।
Read More...

পৰিবেশ ৰক্ষাৰ বাবে নহয় ,পৰিবেশ ধ্বংসৰ বাবেহে গীনিজ অভিলেখ চৰকাৰৰ অমৃত বৃক্ষ আন্দোলনঃ আপ

পৰিবেশ ৰক্ষাৰ বাবে নাইবা বনাঞ্চল বৃদ্ধিৰ বাবে নহয় ,কেৱল মাথোঁ গীনিজ ৰেকৰ্ড কৰাৰ বাবেহে আছিল চৰকাৰৰ ' অমৃত বৃক্ষ আন্দোলন ' - এই মন্তব্য আপ অসমৰ ৰাজ্যিক উপ সভাপতি জিতুল ডেকাৰ। বুধবাৰে আম আদমি পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদ
Read More...

মিচিং জাতীয় সংগঠনৰ যুৱ নেতা ৰমেন টায়েৰ অকাল বিয়োগত বিভিন্ন দল-সংগঠনৰ শোক প্ৰকাশ

মিচিং জাতীয় সংগঠন এমএমকে শিৱসাগৰ জিলাৰ কাৰ্যনিৰ্বাহক সদস্য যুৱ নেতা তথা ব্যৱসায়ী ৰমেন টায়ে (৪৪) বুধবাৰে দিনৰ ১১.৪০ বজাত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়৷
Read More...