Breaking

Browsing Category

অসম

DB NEWS ৰ বাতৰিৰ পিছতে বিধায়কৰ জৰুৰী পত্ৰ ! মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ লিখিলে…

DB NEWS ৰ বাতৰিৰ পিছতে বিধায়কৰ জৰুৰী পত্ৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ লিখিলে পত্ৰখন দিখৌ নৈৰ ওপৰত থকা দলংখনৰ সংৰক্ষণৰ বাবে প্ৰকাশ হৈছিল খবৰ DB NEWS ত ১৯৩৫ চনত ব্ৰিটিছ "ব্ৰাইট এণ্ড কোম্পানী"য়ে নিৰ্মাণ কৰা দিখৌ নৈৰ ওপৰত থকা
Read More...

আজি ৰাজ্য চৰকাৰে প্ৰদান কৰিব ড০ বাণীকান্ত কাকতি বঁটা…

আজি ৰাজ্য চৰকাৰে প্ৰদান কৰিব ড০ বাণীকান্ত কাকতি বঁটা। HS চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ শিক্ষাৰ্থীলৈ এই বঁটা। ৩৫,৭৭০ গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হ’ব স্কুটী।
Read More...

পৰিবেশ ৰক্ষাৰ বাবে নহয় ,পৰিবেশ ধ্বংসৰ বাবেহে গীনিজ অভিলেখ চৰকাৰৰ অমৃত বৃক্ষ আন্দোলনঃ আপ

পৰিবেশ ৰক্ষাৰ বাবে নাইবা বনাঞ্চল বৃদ্ধিৰ বাবে নহয় ,কেৱল মাথোঁ গীনিজ ৰেকৰ্ড কৰাৰ বাবেহে আছিল চৰকাৰৰ ' অমৃত বৃক্ষ আন্দোলন ' - এই মন্তব্য আপ অসমৰ ৰাজ্যিক উপ সভাপতি জিতুল ডেকাৰ। বুধবাৰে আম আদমি পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদ
Read More...

মিচিং জাতীয় সংগঠনৰ যুৱ নেতা ৰমেন টায়েৰ অকাল বিয়োগত বিভিন্ন দল-সংগঠনৰ শোক প্ৰকাশ

মিচিং জাতীয় সংগঠন এমএমকে শিৱসাগৰ জিলাৰ কাৰ্যনিৰ্বাহক সদস্য যুৱ নেতা তথা ব্যৱসায়ী ৰমেন টায়ে (৪৪) বুধবাৰে দিনৰ ১১.৪০ বজাত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়৷
Read More...

কেন্দ্ৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ অধীনত উত্তৰ পূৱ ভাৰতত ৰূপায়ন কৰা আঁচনিসমূহৰ অগ্ৰগতিৰ…

ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকে গুৱাহাটীত উত্তৰ পূৱ ভাৰতৰ ৰাজ্যকেইখনত কেন্দ্ৰীয় চৰকাৰৰ বিভাগীয় আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰা বৈঠকত বুধবাৰে অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী
Read More...

অসম ডন বস্কো বিশ্ববিদ্যালয় (এডিবিইউ)লৈ ই-নৰ্থ ইষ্ট বঁটা…

অসম ডন বস্কো বিশ্ববিদ্যালয় (এডিবিইউ)লৈ ই-নৰ্থ ইষ্ট বঁটা অসম ডন বস্ক’ বিশ্ববিদ্যালয়ৰ মহিলা সৱলীকৰণ কোষ ‘ভনিতাগ্ৰাতা (VanitAgrata)’ই সামাজিক আৰু বিত্তীয় শাখাৰ অধীনত ২০২৩ চনৰ ই-নৰ্থ ইষ্ট বঁটা লাভ কৰিছে। ২৪ আৰু ২৫ নৱেম্বৰত কাউন্সিল ফৰ
Read More...

ৰাজ পথত মৃতদেহ লৈ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী !উত্তপ্ত মায়ঙৰ ঝাৰগাওঁ বজাৰ…

যোৱা কালি আবেলি মায়ঙৰ ঝাৰগাওঁ বজাৰত সংগঠিত হৈছিল এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা।কেই গৰাকী উদ্বণ্ড যুৱকৰ প্ৰহাৰত মৃত্যু হৈছিল সূৰ্য্য লাল দাস নামৰ এজন দোকানীৰ।
Read More...

আজি‌ আত্মসমৰ্পন কৰিব আলফা (স্বাঃ)ৰ ৪জন কেডাৰে ! অতি গোপনে ৰখা হৈছে কেডাৰৰ নাম…

আজি‌ আত্মসমৰ্পন কৰিব (স্বাঃ)ৰ ৪জন কেডাৰে আত্মসমৰ্পন কৰিবলগীয়া কেডাৰৰ নাম ৰখা হৈছে অতি গোপনে
Read More...

মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰে বৈঠক মৰিগাঁও জিলা সাংবাদিক পৰিয়ালৰ

ভাৰতত কৰ্কট ৰোগীসকলৰ বাবে কাম কৰি থকা গোটসমূহৰ সৰ্ববৃহৎ নেটৱৰ্ক কেঞ্চাৰ কেয়াৰ ইণ্ডিয়াৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱা মৰিগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক মঙলবাৰে সাংবাদিক পৰিয়াল, মৰিগাঁৱৰ তৰফৰপৰা তেখেতৰ কাৰ্যালয়তে সম্বৰ্ধনা জ্ঞাপন কৰা
Read More...